ETV Bharat / state

সাংবাদিকলৈ আৰ্থিক সাহায্য - সাংবাদিকক

জনসংযোগ বিভাগে ৪৬গৰাকী সাংবাদিকক প্ৰদান কৰে সাহায্য

জনতা ভৱনত সাংবাদিকক বিত্তীয় সাহায্য প্ৰদান
author img

By

Published : Feb 28, 2019, 10:34 PM IST

গুৱাহাটী,28ফেব্ৰুৱাৰী: সাংবাদিক চিকিৎসা কল্যান আঁচনিৰ অধিনত বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ''সাংবাদিক বিত্তীয় সাহায্য'নামৰ এক অনুষ্ঠান । য'ত তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে 18 গৰাকীকৈ সাংবাদিকক প্ৰদান কৰা হয় 3 লাখ টকাৰ এককালীন সাহাৰ্য্য ।

জনতা ভৱনত সাংবাদিকক বিত্তীয় সাহায্য প্ৰদান

এই সাহাৰ্য্য অনুষ্ঠানত উপষ্ঠিত থাকে প্ৰেছ উপদেষ্টা হৃশিকেশ গোস্বামী , জন সংযোগ বিভাগৰ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা । বৰ্তমানলে সাংবাদিক চিকিৎসা কল্যান আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন জিলাৰ মুঠ 46জনকৈ সাংবাদিকক প্ৰদান কৰা হয় এই সাহাৰ্য্য ।

Intro:বৰিহস্পতি বাৰে সাংবাদিক চিকিৎসা কল্যান আঁচনিৰ অধীনত সাংবাদিকক বিত্তীয় সাহায্য প্ৰদান কৰাৰ হয় । মহানগৰীৰ জনতা ভৱনত কামৰূপ জিলাৰ ১৮ গৰাকী সাংবাদিকক প্ৰদান কৰা হয় এই সাহায্য । বিভিন্ন ৰোগত আক্ৰান্ত সাংবাদিক দখলৰ সহায়ৰ বাবে প্ৰদান কৰিছে ৩ লাখ টকাৰ সাহায্য । এই সাহায্য প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ৰিছিকেশ গোস্বামী , জন সংযোগ বিভাগৰ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা উপস্থিত । আনহাতে এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈ অসমৰ বিভিন্ন জিলাৰ মুঠ ৪৬ গৰাকী সাংবাদিকক সাহায্য পৰিদান কৰা হয় ।

Body:বৰিহস্পতি বাৰে সাংবাদিক চিকিৎসা কল্যান আঁচনিৰ অধীনত সাংবাদিকক বিত্তীয় সাহায্য প্ৰদান কৰাৰ হয় । মহানগৰীৰ জনতা ভৱনত কামৰূপ জিলাৰ ১৮ গৰাকী সাংবাদিকক প্ৰদান কৰা হয় এই সাহায্য । বিভিন্ন ৰোগত আক্ৰান্ত সাংবাদিক দখলৰ সহায়ৰ বাবে প্ৰদান কৰিছে ৩ লাখ টকাৰ সাহায্য । এই সাহায্য প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ৰিছিকেশ গোস্বামী , জন সংযোগ বিভাগৰ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা উপস্থিত । আনহাতে এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈ অসমৰ বিভিন্ন জিলাৰ মুঠ ৪৬ গৰাকী সাংবাদিকক সাহায্য পৰিদান কৰা হয় ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.