ETV Bharat / state

কটনত অনুষ্ঠিত ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন 2020 - কটনত অনুষ্ঠিত ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন 2020

কটন কলেজৰ চুদমাৰ্চন গৃহত ৰাজ্যিক সাংবাদিক সংবাদকৰ্মী সন্মিলন 2020 । সংবাদমাধ্যমৰ বাবে পূৰ্বৰে পৰা কোনো ধৰণৰ দৰমহাৰ নিৰিখ ধাৰ্য নকৰাক লৈ পূৰ্বৰে পৰা বিভিন্ন সময়ত দাবী আৰু প্ৰতিবাদ চলাই আহিছে সাংবাদিক সকলে।

ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন 2020

author img

By

Published : Mar 8, 2020, 11:59 PM IST

গুৱাহাটী, 8 মাৰ্চ: দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ চুদমাৰ্চন গৃহত সাংবাদিকসকলৰ এখন সন্মিলন অনুষ্ঠিত হয় আৰু সেই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসম বাৰ্তাজীৱী সংঘ আৰু সদৌ অসম সংবাদকৰ্মীৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন 2020 শীৰ্ষক এই সন্মিলত জেষ্ঠ সাংবাদিক কেশৱ কলিতাই সাংবাদিকসকলৰ সমস্যাসমূহ আলোচনা কৰাৰ লগতে এই সমস্যা সমূহৰ ক্ষেত্ৰত এখন স্মাৰক প্ৰস্তুত কৰি শ্ৰম মন্ত্ৰীৰ হাতত প্ৰদান কৰে। সাংবাদিকসকলৰ মূল দাবী সমূহ-

1.মাজেঠীয়া বোৰ্ডৰ নিৰ্ধাৰিত বানছ সাংবাদিকসকলক প্ৰদান কৰা
2. ইলেক্ট্ৰনিক মিডিয়াৰ কৰ্মচাৰীসকলৰ কাৰণে নূন্যতম আইনৰ অধীনত 15 হাজাৰতকৈ অধিক দৰমহা প্ৰদান কৰা
3. সকলো কৰ্মচাৰীক নিয়োগ পত্ৰ প্ৰদান কৰা

ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন 2020
উল্লেখ্য যে, 2011 চনত চৰকাৰে মাজেঠীয়া বোৰ্ড গ্ৰহণ কৰি সাংবাদিকসকলক উপযুক্ত দৰমহা দিয়াৰ বাবে সংবাদগোষ্ঠীৰ মালিকপক্ষক নিৰ্দেশনা দিয়াৰ পাছতো বৰ্তমানলৈ মালিক পক্ষই কোনো ধৰণৰ পদক্ষেপ নল'লে । সেয়ে ইয়াৰ প্ৰতিবাদত দেওবাৰে এনেদৰে ওলাই আহে সাংবাদিকসকল।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.