ETV Bharat / state

ভৰলুত আটক আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চক

গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীৰ পৰা খাদ্য সামগ্ৰী যোগানৰ নামত 15 লাখকৈ টকা আগধন লোৱাৰ পাচতো বহু বছৰ ধৰি সামগ্ৰী নিদিয়াৰ অভিযোগ ধৃত প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ৷ যাৰ বাবে উপায়ন্তৰ হৈ ব্যৱসায়ীগৰাকীয়ে ভৰলুমুখ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ

author img

By

Published : Jul 15, 2019, 6:30 PM IST

ভৰলুত আটক আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চক

গুৱাহাটী,15 জুলাইঃ ভৰলুমুখ আৰক্ষীৰ জালত আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱঞ্চক। গুৱাহাটীৰ বহু ব্যৱসায়ীৰ ধন আত্মসাৎৰ অভিযোগ প্ৰৱঞ্চকটোৰ বিৰুদ্ধে। ধৃত প্ৰৱঞ্চকটো হাৰিয়ানাৰ প্ৰশান্ত ৰাঠী। গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীৰ পৰা খাদ্য সামগ্ৰী যোগানৰ নামত 15 লাখকৈ টকা আগধন লোৱাৰ পাচতো বহু বছৰ ধৰি সামগ্ৰী নিদিয়াৰ অভিযোগ ধৃত প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ৷ যাৰ বাবে উপায়ন্তৰ হৈ ব্যৱসায়ীগৰাকীয়ে ভৰলুমুখ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিতে ভৰুলুমুখ আৰক্ষীয়ে 317/19 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। সোমবাৰে ভৰলুমুখ আৰক্ষীৰ এটা দলে গুড়গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক।

ভৰলুত আটক আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চক

উল্লেখযোগ্য যে,পূৰ্বেও বহুবাৰ আৰক্ষীৰ জালত পৰিছে প্ৰসান্ত ৰাঠী। কিছুমাহ পূৰ্বে ডুবাইত প্ৰৱঞ্চনা কৰি পলাই আহি ভাৰতত আত্মগোপন কৰি আছিল প্ৰৱঞ্চকটো। আনহাতে,মুম্বাইত 2.22 কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত মুম্বাই আৰক্ষীয়েও পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল প্ৰশান্ত ৰাঠীক। মুঠৰ ওপৰত ভাৰতৰ বিভিন্ন স্থানৰ লগতে ডুবাইটো গোচৰ ৰুজু হৈ আছে প্ৰৱঞ্চক প্ৰসান্ত ৰাঠীৰ বিৰুদ্ধে।

Intro:ভৰলুমুখ আৰক্ষীৰ জালত এটা আন্তৰাষ্ট্ৰীয় প্ৰৱঞ্চক। গুৱাহাটীৰ বহু ব্যৱসায়িক লুটিলে প্ৰৱঞ্চকটোৱে। ধৃত প্ৰৱঞ্চকটো হাৰিয়ানাৰ প্ৰশান্ত ৰাঠী। এগৰাকী ব্যৱসায়ীৰ পৰা খাদ্য সামগ্ৰী যোগানৰ নামত আগধন লৈছিল ১৫ লাখকৈ টকা আগধন লৈ লৈছিল প্ৰৱঞ্চকটোৱে। কিন্তু টকালৈ বহু বছৰ ধৰি সামগ্ৰী দিয়া নাছিল প্ৰসান্ত ৰাঠীয়ে। উপায়ন্তৰ হৈ ব্যৱসায়ীগৰাকীয়ে ভৰলুমুখ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত ভৰুলুমুখ আৰক্ষীয়ে ৩১৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত। ভৰলুমুখ আৰক্ষীৰ এটা দলে গুড়গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক। উল্লেখযোগ্য যে পূৰ্বেও বহুবাৰ আৰক্ষীৰ জালত পৰিছে প্ৰসান্ত ৰাঠী। কিছুমাহ পূৰ্বে ডুবাইত প্ৰৱঞ্চনা কৰি পলাই আহি ভাৰতত আত্মগোপন কৰি আছিল প্ৰৱঞ্চকটো। আনহাতে মুম্বাইত ২.২২কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত বোম্বে আৰক্ষীয়েও পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল প্ৰশান্ত ৰাঠীক। মুঠৰ ওপৰত ভাৰতৰ বিভিন্ন স্থানৰ লগতে ডুবাইটো গোচৰ ৰুজু হৈ আছে প্ৰৱঞ্চক প্ৰসান্ত ৰাঠীৰ বিৰুদ্ধে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.