ETV Bharat / state

ভৰলুমুখত দাউদাউকৈ জ্বলিল এখন ইন’ভা বাহন

author img

By

Published : Oct 4, 2020, 7:25 PM IST

মহানগৰীৰ ভৰলুমুখৰ এ. টি. ৰোডত দেওবাৰে হঠাৎ জ্বলি উঠিল এখন ইনোভা বাহন ৷ পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷

ভৰলুমুখত দাঁওদাঁওকৈ জ্বলি উঠিল এখন ইনোভা বাহন

গুৱাহাটী, 3 অক্টোবৰ : গুৱাহাটীৰ ৰাজপথত পুনৰ দাউদাউকৈ জ্বলিল এখন চাৰিচকীয়া বাহন । মহানগৰীৰ ভৰলুমুখৰ এ. টি. ৰোডত দেওবাৰে হঠাৎ জ্বলি উঠিল এখন ইনোভা বাহন ৷ পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷

ভৰলুমুখত দাউদাউকৈ জ্বলি উঠিল এখন ইনোভা বাহন

উল্লেখ্য় যে, ইনোভাখনৰ কাষত আছিল আন কেইবাখনো বাহন । ইপিনে ঘটনাস্থলীত ভৰলুমুখ যানবাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আন বাহন সমূহ। কিন্তু আৰক্ষী আৰু ৰাইজৰ চকুৰ সন্মুখতে সম্পূৰ্ণৰূপে জ্বলি ছাই হয় AS 01 FC 3353 নম্বৰৰ ইনোভাখন ।

লগতে পঢ়ক : নাজিৰাৰ 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.