গুৱাহাটী,13 আগষ্ট : লিলিক গুমাৱান নামৰ এইগৰাকী ইণ্ডোনেছিয়াৰ প্ৰাক্তন বিধায়কে নিজ চাৰিবছৰীয়া কণমানিক লগত লৈ মটৰ চাইকেলেৰ বিশ্ব ভ্ৰমণৰ এক যাত্ৰা আৰম্ভ কৰিছে। ম্যানমাৰৰ পৰা গুৱাহাটীত উপস্থিত পিতা-পুত্ৰ ৷ ইণ্ডোনেছিয়াৰ পৰা আৰম্ভ কৰা এই সজাগতামূলক যাত্ৰাৰ অন্ত পৰিব ছৌদি আৰৱৰ মক্কাত ৷ পিতা পুত্ৰৰ এই যাত্ৰাৰ আঁৰত আছে এক মহৎ উদ্দেশ্য। মাতৃক জীৱিত কালতে সন্মান আৰু নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে সজাগ কৰাৰ লক্ষ্যৰে লিলিক গুমাৱানে তেওঁৰ নিজ ৪ বছৰীয়া পুত্ৰ আহমেদী বেলদাক লগত লৈ ভ্ৰমণ কৰিছে বিশ্বৰ বিভিন্ন স্থানলৈ । পিতা পুত্ৰই এইদৰে মানুহৰ মাজত বিলাই গৈছে মাতৃ সুৰক্ষাৰ বাৰ্তা ।
নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সজাগতাৰ বাবে ইণ্ডোনেছিয়াৰ পিতা-পুত্ৰৰ বিশেষ যাত্ৰা - Indonasia's Father and Son bike ride to aware of women Security
ইণ্ডোনেছিয়াৰ পিতা-পুত্ৰৰ বিশেষ যাত্ৰা ৷ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ সংকল্পৰে এই যাত্ৰা । ম্যানমাৰৰ পৰা গুৱাহাটীত উপস্থিত পিতা-পুত্ৰ
![নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সজাগতাৰ বাবে ইণ্ডোনেছিয়াৰ পিতা-পুত্ৰৰ বিশেষ যাত্ৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4125190-thumbnail-3x2-bike----copy.jpg?imwidth=3840)
গুৱাহাটী,13 আগষ্ট : লিলিক গুমাৱান নামৰ এইগৰাকী ইণ্ডোনেছিয়াৰ প্ৰাক্তন বিধায়কে নিজ চাৰিবছৰীয়া কণমানিক লগত লৈ মটৰ চাইকেলেৰ বিশ্ব ভ্ৰমণৰ এক যাত্ৰা আৰম্ভ কৰিছে। ম্যানমাৰৰ পৰা গুৱাহাটীত উপস্থিত পিতা-পুত্ৰ ৷ ইণ্ডোনেছিয়াৰ পৰা আৰম্ভ কৰা এই সজাগতামূলক যাত্ৰাৰ অন্ত পৰিব ছৌদি আৰৱৰ মক্কাত ৷ পিতা পুত্ৰৰ এই যাত্ৰাৰ আঁৰত আছে এক মহৎ উদ্দেশ্য। মাতৃক জীৱিত কালতে সন্মান আৰু নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে সজাগ কৰাৰ লক্ষ্যৰে লিলিক গুমাৱানে তেওঁৰ নিজ ৪ বছৰীয়া পুত্ৰ আহমেদী বেলদাক লগত লৈ ভ্ৰমণ কৰিছে বিশ্বৰ বিভিন্ন স্থানলৈ । পিতা পুত্ৰই এইদৰে মানুহৰ মাজত বিলাই গৈছে মাতৃ সুৰক্ষাৰ বাৰ্তা ।
2) নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ সংকল্পৰে এই যাত্ৰা।
3) ম্যানমাৰৰ পৰা গুৱাহাটীত উপস্থিত পিতা-পুত্ৰ।
V/O1 - লিলিক গুমাৱান নামৰ এইগৰাকী ইণ্ডোনেছিয়াৰ প্ৰাক্তন বিধায়কে নিজ চাৰিবছৰীয়া কণমানিক লগত লৈ বিশ্ব ভ্ৰমণৰ এক যাত্ৰা আৰম্ভ কৰিছে। ইণ্ডোনেছিয়াৰ পৰা আৰম্ভ কৰা এই সজাগতামূলক যাত্ৰাৰ অন্ত পৰিব ছৌদি আৰৱৰ মক্কাত। পিতা পুত্ৰৰ এই যাত্ৰাৰ আৰত আছে এক মহৎ উদ্দেশ্য। মাতৃক জীৱিত কালতে সন্মান আৰু নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে সজাগ কৰাৰ লক্ষ্যৰে লিলিক গুমাৱানে তেওঁৰ নিজ ৪বছৰীয়া পুত্ৰ আহমেদী বেলদাক লগত লৈ ভ্ৰমণ কৰিছে বিভিন্ন স্থানত।
Byte-
End V/O- এই বিশেষ দুচকীয়া বাহন লৈ এনেদৰেই পিতা পুত্ৰই মানুহৰ মাজত বিলাই গৈছে মাতৃ সুৰক্ষাৰ বাৰ্তা। লোকজনৰ এই প্ৰচেষ্টাক সলাগ লৈছে সকলোৱে। প্ৰতি স্থানতে ৰাইজৰ অকুণ্ঠ সঁহাৰি লাভ কৰিছে পিতা পুত্ৰই। তেখেতসকলৰ এই মহৎ উদ্দেশ্যে সফল হওঁক তাৰেই কামনা কৰিছে সকলোৱে। উল্লেখযোগ্য যে কাইলৈ গুৱাহাটীৰ পৰা শিলিগুৰি অভিমুখে ৰাওঁনা ইণ্ডোনেছিয়াৰ এই দুই পিতা-পুত্ৰই।Body:Hirul Haque Conclusion:Guwahati
TAGGED:
Former MLA story