ETV Bharat / state

মহানগৰীত আবকাৰী বিভাগৰ অভিযানত চুলাই মদ জব্দ

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ অবৈধ চুলাই ব্যবসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মহানগৰ প্ৰশাসন ৷ পাণ্ডু,মালিগাঁও, উলুবাৰী আদি অঞ্চলত আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ চুলাই মদ ৷ এই অভিযানত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল আবকাৰী বিভাগে ।

Illigal Local Wine Recoverd in Guwhati
মহানগৰীত আবকাৰী বিভাগৰ অভিযানত চুলাই মদ জব্দ
author img

By

Published : Jul 16, 2020, 9:20 PM IST

গুৱাহাটী, 16 জুলাই : ক'ভিড-19 ৰ সক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশত বলবৎ কৰা হৈছে লক ডাউন ৷ লক ডাউনৰ সময়ত যাতে কোনো লোকে অনাহকত ওলাই আহিব নোৱাৰে তাৰ বাবে প্ৰশাসনৰ লোকে সকলো সময়তে সষ্টম হৈ থকা পৰিলক্ষিত হৈছে ৷ কিন্তু একাংশ লোকে প্ৰশাসনৰ নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই লক ডাউন অমান্য কৰা পৰিলক্ষিত হৈছে ৷ লক ডাউনৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে মদ-জুৱাৰ আড্ডা পতা পৰিলক্ষিত হৈছে ৷

মহানগৰীত আবকাৰী বিভাগৰ অভিযানত চুলাই মদ জব্দ

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ অবৈধ চুলাই ব্যবসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মহানগৰ প্ৰশাসন ৷ পাণ্ডু, মালিগাঁও, উলুবাৰী আদি অঞ্চলত আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ চুলাই মদ ৷ লগতে,ব্যৱসায়ী সকলৰ পৰা জব্দ কৰে প্ৰায় 5 শতাধিক লিটাৰ চুলাই মদ ৷

অভিযোগ অনুসৰি,লক ডাউন আৰু কৰ'ণা প্ৰট'কল ভংগ কৰি একাংশ দুষ্ট চক্ৰই মহানগৰীত সুৰাৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উখাপন হৈছে । কিন্তু এই অভিযানত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল আবকাৰী বিভাগে । ইফালে নিয়মীয়াকৈ এই অভিযান চলাই থাকিব বুলি জানিবলৈ দিয়ে অভিযানকাৰী বিভাগে ৷

লগতে পঢ়ক : সৰ্বভাৰতীয় প্ৰেক্ষাপটত মৰাণৰ চাহৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.