ETV Bharat / state

জালুকবাৰীত আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি ট্ৰাক

জব্দকৃত ট্ৰাকখনত 20 টা গৰু আছিল ৷ ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ এজন লোকক আটক কৰিছে৷

জালুকবাৰীত আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি ট্ৰাক
author img

By

Published : Sep 7, 2019, 12:03 PM IST

গুৱাহাটী, 7 ছেপ্টেম্বৰঃ শুকুৰবাৰে নিশা জালুকবাৰীত আৰক্ষীয়ে অভিযান চলাই এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰে৷ ওদালগুৰিৰ পৰা মেঘালয়লৈ লৈ যোৱাৰ বাবে ট্ৰাক খনত অবৈধ ভাৱে কোনো নথি পত্ৰ নোহোৱাকৈ গৰু কঢ়িয়াই অনা হৈছিল৷

জালুকবাৰীত আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি ট্ৰাক

প্ৰতিদিনে মহানগৰীৰ মাজেৰে বহিঃৰাজ্যলৈ গৰু সৰবৰাহ কৰা হয়৷ তেনে সময়তে শুকুৰবাৰে নিশা জালুকবাৰীত আৰক্ষীয়ে এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰে৷ জব্দকৃত ট্ৰাকখনত 20 টা গৰু আছিল৷ ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ এজন লোকক আটক কৰিছে৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে৷

Intro:
চুপাৰি ছিণ্ডিকেটৰ পিছত ৰাজ্যত এতিয়া বৃদ্ধি পাইছে গৰু ছিণ্ডিকেট। প্ৰতিদিনে মহানগৰীৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ হয় গৰু। নিশা জালুকবাৰীত আৰক্ষীয়ে চলাই এক অভিযান। এই অভিযানত জব্দ এখ গৰুভৰ্তি ট্ৰাক। কোনো নথি পত্ৰ নোহোৱাকৈ ওদালগুৰিৰ পৰা মেঘালয়লৈ লৈ যোৱাৰ বাবে আনিছিল গৰু। আৰক্ষীক কোনো নথি-পত্ৰ দেখুওৱাব নোৱাৰাত জব্দ কৰে ট্ৰাকখন। জব্দকৃত ট্ৰাকখনত ২০টা গৰু আছিল। ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আটক কৰে আনোৱাৰ হুছেইন নামৰ এটা গৰু বেপাৰীক। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.