ETV Bharat / state

লক্​ ডাউনত শিশুৰ সুৰক্ষাৰ বাবে  বিশেষ পদক্ষেপ শিশু সুৰক্ষা আয়োগৰ লগতে সমাজ কল্যাণ বিভাগৰ

author img

By

Published : May 4, 2020, 8:08 PM IST

লক্​ ডাউনৰ বাবে বিধ্বস্ত অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰভাৱ পৰিছে শিশুসকলৰ ওপৰত ৷ ৰাজ্যৰ বিভিন্ন আশ্ৰয়গৃহ, শিশুগৃহ আদিৰ ওপৰত পৰা লক্​ ডাউনৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ঠ সাৱধানতা অৱলম্বন কৰিছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে ৷

আছুতীয়া সাক্ষাৎকাৰ
শিশু সুৰক্ষা আয়োগ

গুৱাহাটী,4 মে’ঃ লক্​ ডাউনৰ বাবে যথেষ্ঠ পৰিমাণে সমস্যাৰ সন্মুখীন হৈছে শিশুসকল ৷ ৰাজ্যৰ বিভিন্ন শিশুগৃহ, আশ্ৰয়গৃহ আদিত বাস কৰাৰ লগতে সমস্যাৰ সন্মুখীন হোৱা শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে ৷ আয়োগৰ অধ্যক্ষা ড৹ সুনিতা চাংকাকতিয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত লক্​ ডাউনৰ সময়ছোৱাত আয়োগে অহৰ্নিশে কাম কৰি থকাৰ কথা উল্লেখ কৰে ৷ লগতে আশ্ৰয়গৃহ সমূহত সঠিকমতে খাদ্যৰ যোগান, চেনিটাইজেচনকে আদি কৰি সকলো ব্যৱস্থা কৰাৰ বিষয়ে প্ৰকাশ কৰে ৷

সাৱধানতা অৱলম্বন অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ

একেধৰণে সমাজ কল্যাণ বিভাগৰ অধীনৰ শিশু সুৰক্ষা গোটে লক্​ ডাউনৰ সময়ছোৱাত বহু শিশুক সুৰক্ষা প্ৰদান কৰিছে ৷ কৰ’ণা ভাইৰাছ সংক্ৰমণ নহ’বলৈ সকলো সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে গোটটোৱে ৷

সচেতন সমাজ কল্যাণ বিভাগ

লগতে চাওকঃ বিহাৰত আবদ্ধ তিনিচুকীয়াৰ 17 জনীয়া যুৱকৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.