ETV Bharat / state

পাণ্ডুৰ অষ্টমী পূজাত ভাগ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Oct 24, 2020, 9:38 PM IST

অষ্টমীৰ পূজাত ভাগ ল'বলৈ মহানগৰীৰ পাণ্ডুত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । পাণ্ডুৰ আটাইকেইখন পূজাস্থলীলৈ গৈ দেৱীৰ ওচৰত মূৰ দোৱাই সেৱা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । পাণ্ডু ৰেষ্টকেম্প কালীবাৰী, বৰ বজাৰ, পাণ্ডু আমেৰিকান কলনী, পাণ্ডু কেবিন আদিত পূজাস্থলীত দেৱীৰ আশিস লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

Himanta at pandu
Himanta at pandu

গুৱাহাটী, 24 অক্টোবৰ : আজি মহা অষ্টমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণ্ডু-মালিগাঁৱতো মা দুৰ্গাৰ আৰাধনা। পুৱাৰ পৰায়ে দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰে পাণ্ডু-মালিগাঁৱৰ পূজাস্থলী । অষ্টমীৰ পূজাত ভাগ ল'বলৈ মহানগৰীৰ পাণ্ডুত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

Himanta at pandu
পাণ্ডুৰ অষ্টমী পূজাত ভাগ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

পাণ্ডুৰ আটাইকেইখন পূজাস্থলীলৈ গৈ দেৱীৰ ওচৰত মূৰ দোৱাই সেৱা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । পাণ্ডু ৰেষ্টকেম্প কালীবাৰী, বৰ বজাৰ, পাণ্ডু আমেৰিকান কলনী, পাণ্ডু কেবিন আদিত পূজাস্থলীত দেৱীৰ আশিস লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

Himanta at pandu
ড০ হিমন্ত বিশ্ব শৰ্মাই

সমাজৰ অপায় অমংগল নাশ কৰি সকলোৰে মংগল কামনাৰে মা দুৰ্গাৰ ওপৰত প্ৰাৰ্থনা কৰে মন্ত্ৰী ড৹ শৰ্মাই । মালিগাঁও চাৰিআলিৰ পৰা নিজৰ সমৰ্থনক লগত লৈ খোজ কাঢ়ি আটাইকেইখন পূজাস্থলীলৈ যায় মন্ত্ৰীগৰাকী । ইফালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই উৎফুল্লিত পাণ্ডুবাসী ৰাইজ ।

Himanta at pandu
পূজাস্থলীত দেৱীৰ আশিস লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

কৰ'ণাৰ স্বাস্থ্য বিধি মানি সকলোকে পূজা উদযাপন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । উল্লেখ্য যে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সময়চোৱাত সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক : দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.