ETV Bharat / state

দুমাহ পাঠদান অনুষ্ঠিত হোৱাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰক

author img

By

Published : Apr 26, 2020, 8:18 PM IST

বিশ্ববিদ্যালয় খোলাৰ পাছত অন্তত দুমাহ পাঠদান অনুষ্ঠিত হোৱাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷

Guwahati university GS reaction about on UGC decision
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকৰ গুৰুত্বপূৰ্ণ মন্তব্য

গুৱাহাটী, 26 এপ্ৰিল: কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে দেশজুৰি লক ডাউন বাহাল থকাৰ বাবে বন্ধ হৈ আছে দেশৰ লগতে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ৷ কিন্তু এই আতংকৰ সময়ছোৱাতো দেশৰ বহু শিক্ষানুষ্ঠানৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়েও আৰম্ভ কৰিছে অনলাইন ক্লাছ ৷ কিন্তু এই অনলাইন ক্লাছ আসোঁৱাহ পূৰ্ণ হোৱাৰ লগতে ইয়াৰ দ্বাৰা সকলো ছাত্র-ছাত্ৰী সংযোগ হ'ব পৰা নাই বুলি মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ ৷

অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় খনৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে মন্তব্য কৰে যে,"বিশ্ববিদ্যালয় অনুদান আয়োগে অনলাইন ক্লাছৰ দ্বাৰা যি পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে আমি ইয়াৰ বিৰোধিতা কৰো" ৷ বিশ্ববিদ্যালয় খোলাৰ পাছত অন্তত দুমাহ পাঠদান অনুষ্ঠিত হোৱাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷

লগতে পঢ়কঃ মাদাৰ অল্ড এজ হ'মতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.