গুৱাহাটী,7 এপ্ৰিলঃ কামৰূপ মহানগৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া ক্ৰমে দিলীপ কুমাৰ ডেকা, ভূপেন বৈশ্য আৰু বিচিত্ৰ কুমাৰ নাথে জয়ানগৰ অঞ্চলৰ খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অভিযান চলায় ৷ অভিযান কালত উচ্চ দামত আলু, পিঁয়াজ বিক্ৰীৰ লগতে কোনোধৰণৰ বৈধ ৰচিদ নথকাৰ বাবে খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানক্ৰমে HR varieties , Rittika store, Baba store, Rudrakshis, Didar bhandarৰ পৰা মুঠ 660 কেজি আলু আৰু 220 কেজি পিঁয়াজ জব্দ কৰে ৷
গুৱাহাটীত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিযান - গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিযান
সোমবাৰে উচ্চ দামত পণ্য সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠান আৰু কোনোধৰণৰ বৈধ ৰচিদ নথকা খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই কামৰূপ মহানগৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৷
গুৱাহাটীত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিযান