ETV Bharat / state

ৰে'ল আৰক্ষীৰ তালাচীত নিষিদ্ধ টেবলেটসহ আটক দুই যুৱক

গুৱাহাটী ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত গ্ৰেপ্তাৰ হয় নিষিদ্ধ ড্ৰাগছসহ আমলান দাস আৰু নেপাল দাস নামৰ দুই যুৱক, তদন্ত অব্যাহত

author img

By

Published : Aug 6, 2019, 2:55 PM IST

ৰেল আৰক্ষীৰ তালাচীত নিষিদ্ধ টেবলেটসহ আটক দুই যুৱক

গুৱাহাটী, 6 আগষ্টঃ মঙলবাৰে পুৱা গুৱাহাটী ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ হয় নিষিদ্ধ ড্ৰাগছসহ আমলান দাস আৰু নেপাল দাস নামৰ দুই যুৱক ৷ লগতে 432 টা নিষিদ্ধ SPASORID-POXIVIN টেবলেট জব্দ ৷ ৰে'ল আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা টেবলেটখিনি যুৱক দুজনে ত্ৰিপুৰাৰ পৰা আনিছিল আৰু গুৱাহাটী ৰে'ল ষ্টেচনৰে দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । আনহাতে আৰক্ষীৰ সোধা-পোছাৰ অন্তত যুৱকদ্বয়ে তেওঁলোক ড্ৰাগছ সৰবৰাহকাৰী হোৱাৰ পৰিৰ্ৱতে ড্ৰাগছ সেৱনকাৰী বুলিহে জানিবলৈ দিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPS ৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Intro:গুৱাহাটী ৰেল ষ্টেচনত নিষিদ্ধ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

Body:মঙ্গলবাৰে পুৱা ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত গুৱাহাটী ৰেলৱে ষ্টেচনত নিষিদ্ধ ড্ৰাগছসহ দুই যুৱকক গ্ৰেপ্তাৰ । গুৱাহাটী ৰেল ষ্টেচনত ৰৈ থকা
২০৫০১ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা আমলান দাস(28) আৰু নেপাল দাস(29)ক গ্ৰেপ্তাৰ কৰে।

দুই যুৱকৰ পৰা আৰক্ষীয়ে 432টা নিষিদ্ধ SPASORID-POXIVIN টেবলেট জব্দ কৰে।

ৰেল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত টেবলেটখিনি ত্ৰিপুৰাৰ পৰা আনি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা দিল্লীলৈ লৈ গৈ আছিল। আৰক্ষীৰ সোধ পোছৰ অন্তত দুই যুৱকৰ স্বীকাৰুক্তিত জনায় যে তেওঁলোকে ড্ৰাগছ সৰবৰাহকাৰী নহয়, ড্ৰাগছ সেৱনকাৰীহে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত NDPSৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। গ্ৰেপ্তাৰ কৰা যুৱক ত্ৰিপুৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

Byte দুই ড্ৰাগছ সৰবৰাহকাৰী

Conclusion:গুৱাহাটী ৰেল ষ্টেচনত এনে ঘটনা দৈনিক সংঘটিত হোৱাৰ পিছত এইটো কথা স্পষ্ট হৈ পৰিছে যে গুৱাহাটী ৰেল ষ্টেচনত প্ৰায়ে ড্ৰাগছ, অস্ত্ৰ, নাৰী সৰবৰাহকাৰী ঘটনা চলি আহিছে।

গুৱাহাটী
Asrar Ansari
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.