ETV Bharat / state

চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'বঃ দীপক কুমাৰ

author img

By

Published : Sep 7, 2019, 8:39 PM IST

জালুকবাৰীত অবৈধ চুপাৰীৰ ট্ৰাক জব্দ কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ মন্তব্য গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ৷

আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'ব

গুৱাহাটী, 7 ছেপ্তেম্বৰ : শেহতীয়াকৈ ৰাজ্যত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে চুপাৰী চিণ্ডিকেট । ৰাজ্যত অবাধে চলি আছে অবৈধ চুপাৰীৰ ব্যৱসায় ৷ চুপাৰীৰ অবৈধ বেহাত চৰকাৰ আৰু আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কৃষক নেতা অখিল গগৈয়ে । মঙলবাৰে জালুকবাৰীত অবৈধ চুপাৰীৰ ট্ৰাক জব্দ কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াইছে বুলি মন্তব্য কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ আয়ুক্ত গৰাকীয়ে কয় যে চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'ব লগতে বৰ্তমান কৰ বিভাগ, পৰিবহন বিভাগ, শুল্ক বিভাগ আদিয়ে চুপাৰী চিণ্ডিকেটৰ ওপৰত চলাই আছে তদন্ত ।

ইফালে এন আৰ চি প্ৰকাশৰ পিছতে প্ৰতীক হাজেলাক সমালোচনা কৰিছিল বিভিন্নজনে । ইতিমধ্যেই মহানগৰীত হাজেলাৰ বিৰুদ্ধে ৰুজু হৈছে দুটাকৈ গোচৰ । ইয়াৰে এটা গোচৰ মৰিগাঁও এন এছ কেন্দ্ৰৰ সংক্ৰান্তত দিয়া হৈছিল । যাৰ বাবে এই ঘটনা তদন্তৰ বাবে গোচৰটো মৰিগাঁও আৰক্ষীৰ দায়িত্বত দিয়া হৈছে বুলি জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

Intro:প্ৰসংগ চুপাৰী চিণ্ডিকেটঃ শেহতীয়া ৰাজ্যত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে চুপাৰী। চুপাৰীৰ অবৈধ বেহাত চৰকাৰ আৰু আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কৃষক নেতা অখিল গগৈয়ে। জালুকবাৰী জব্দ কৰা ট্ৰাক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে। আৰক্ষী ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াইছে বুলি কয় আৰক্ষী আয়ুক্তগৰাকীয়ে। বৰ্তমান কৰ বিভাগ, পৰিবহন বিভাগ, শুল্ক বিভাগ আদিয়ে চলাই আছে তদন্ত। আৰক্ষী চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত কাকো ৰেহাই নিদিয়ে বুলিও মন্তব্য কৰে দীপক কুমাৰে।

Body:ইফালে এন আৰ চি প্ৰকাশৰ পিছতে প্ৰতীক হাজেলাক সমালোচনা কৰিছিল বিভিন্নজনে। ইতিমধ্যেই মহানগৰীত হাজেলাৰ বিৰুদ্ধে ৰুজু হৈছে দুটাকৈ গোচৰ। ইয়াৰে এটা গোচৰ মৰিগাঁও এন এছ কেন্দ্ৰৰ সংক্ৰান্তত দিয়া হৈছিল। যাৰ বাবে এই ঘটনা তদন্তৰ বাবে গোচৰটো মৰিগাঁও আৰক্ষীৰ দায়িত্বত দিয়া হৈছে বুলি জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.