ETV Bharat / state

মহানগৰীৰ বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস

প্ৰায় সকলো স্থানতে বৰ্তমানলৈকে বিজেপি আগবাঢ়ি থকাত উচাহ বৃদ্ধি পাইছে দলটোৰ মাজত ৷ যাৰ বাবে আনন্দত মতলীয়া হৈ পৰিছে বিজেপিৰ নেতাৰ লগতে কৰ্মকৰ্তাসকল

মহানগৰীৰ বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস
author img

By

Published : May 23, 2019, 12:23 PM IST

গুৱাহাটী,23 মে': গুৱাহাটীস্থিত বিজেপি কাৰ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ। প্ৰায় সকলো স্থানতে বৰ্তমানলৈকে বিজেপি আগবাঢ়ি থকাত উচাহ বৃদ্ধি পাইছে দলটোৰ মাজত ৷ যাৰ বাবে আনন্দত মতলীয়া হৈ পৰিছে বিজেপি নেতাৰ লগতে কৰ্মকৰ্তাসকল। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই বিজেপিৰ দলীয় কৰ্মীসকলে একত্ৰিত হৈ একেলগে নাচি-বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় কাৰ্যালয়টোত ৷

Intro:বি জে পি ৰ অফিচত উৎসৱমুখৰ পৰিবেশ। প্ৰায় সকলো স্থানতে আগবাঢ়ি আছে বৰ্তমানলৈ bjp । লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা বাতৰি অনুসৰি বি জে পি য়ে ভোট ত আগবাঢ়ি থকাৰ আনন্দতে মতলীয়া এতিয়া বি জে পিৰ কৰ্মকৰ্তা সকল। বি জে পিৰ অফিচত একত্ৰিত হৈ দলীয় কৰ্মীয়ে নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ঘোষণা কৰাৰ আগতে আনন্দত একেলগে নাচিছে।

Body:বি জে পি প্ৰায় জিকাতো নিশ্চিত হোৱাৰ পিছতে এই পৰিবেশ এতিয়া বি জে পি ৰ কাৰ্যালয়ত।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.