ETV Bharat / state

বড়ো শান্তি চুক্তিক সমৰ্থন গোৰ্খা পৰিসংঘৰ

author img

By

Published : Feb 26, 2020, 9:21 PM IST

বড়োভূমিত বসবাস কৰা অবড়ো লোক সকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান গোৰ্খা পৰিসংঘৰ ৷ লগতে বড়ো শান্তি চুক্তিক আদৰণি জনায় গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ অন্যতম সংগঠন গোৰ্খা পৰিসংঘই ৷

গোৰ্খা পৰিসংঘ
গোৰ্খা পৰিসংঘ

গুৱাহাটী, 26 ফেব্ৰুৱাৰীঃ ৰাজ্যত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ অন্যতম সংগঠন গোৰ্খা পৰিসংঘই, বড়ো শান্তি চুক্তিক আদৰণি জনোৱাৰ লগতে বড়োভূমিত বসবাস কৰা অবড়ো সকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান গোৰ্খা পৰিসংঘৰ ৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা ৰাজ্যৰ লক্ষাধিক গোৰ্খা সম্প্ৰদায়ৰ লোকৰ নথি-পত্ৰ পুনৰীক্ষণ কৰি এনআৰচিত সেই তেওঁলোকৰ নাম অন্তৰ্ভূক্ত কৰিবলৈয়ো আহ্বান জনায় ৷

লগতে পঢ়কঃ বিটিআৰ নিৰ্বাচনঃ নিৰ্বাচনী ৰণডংকা ইউপিপিএলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.