ETV Bharat / state

উত্তৰ-পূৱত পোন প্ৰথমবাৰৰ বাবে বাণিজ্যিক পক্ষী মেলা - উত্তৰ-পূৱত পোন প্ৰথমবাৰৰ বাবে বাণিজ্যিক পক্ষী মেলা

অহা ১৭,১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব বাণিজ্যিক পক্ষী মেলাৰ ৷ ৰাজ্যত কণী আৰু মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই পক্ষী মেলাৰ ।

উত্তৰ-পূৱত পোন প্ৰথমবাৰৰ বাবে বাণিজ্যিক পক্ষী মেলা
author img

By

Published : Oct 15, 2019, 11:38 PM IST

Updated : Oct 16, 2019, 7:02 AM IST

গুৱাহাটী,15 অক্টোবৰ : অহা ১৭,১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব বাণিজ্যিক পক্ষী মেলাৰ ৷ অসম কৃষি বিশ্ববিদ্যালয়,অসম ৰাজ্যিক বাণিজ্যিক পশুপালন আৰু ব্যৱসায়ী সন্থাৰ যৌথ প্ৰচেষ্টাত আয়োজন কৰা হ'ব এই পক্ষী মেলাৰ ৷ মূলতঃ ৰাজ্যত কণী আৰু মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আয়োজন কৰা হৈছে এই পক্ষী মেলাৰ ।

উত্তৰ-পূৱত পোন প্ৰথমবাৰৰ বাবে বাণিজ্যিক পক্ষী মেলা

পক্ষী মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ বহু জাতিক কোম্পানী,গৱেষক,হাঁহ-কুকুৰা পালন কৰিবৰ বাবে লগা যন্ত্ৰ-পাতি,দানা,ঔষধকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। এই পক্ষী মেলাৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন নিৱনুৱা যুৱক-যুৱতীসকলে স্বাৱলম্বী হোৱাৰ এক পথ বিচাৰি পাব বুলি মন্তব্য কৰে পক্ষী মেলাৰ আয়োজক নিৰঞ্জন কলিতাই ৷

Intro:উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বাণিজ্যিক পক্ষী মেলা। মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে এই বাণিজ্যিক মেলা। ৰাজ্যত কণী আৰু মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আয়োজন কৰা হৈছে এই পক্ষী মেলাৰ। অসম কৃষি বিশ্ববিদ্যালয়, অসম ৰাজ্যিক বাণিজ্যিক পশুপালন আৰু ব্যৱসায়ি সন্থাৰ যৌথ প্ৰচেষ্টাত অহা ১৭ ,১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে এই পক্ষী মেলা।

Body:এই মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ বহু জাতিক কোম্পানী, গৱেষক আৰু উদ্যোগী হাঁহ-কুকুৰা পালন কৰিবৰ বাবে লগা যন্ত্ৰ-পাতি ,দানা, ঔষধকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হব। ইয়াৰ উপৰিও এই মেলাত কুকুৰা পালন, হাঁহ পালনৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই পালনৰো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

Conclusion:এই পক্ষী মেলাৰ আয়োজক তথা অধ্যক্ষ নিৰঞ্জন কলিতাৰ মন্তব্য এই মেলাৰ যোগেদি পশু-পক্ষী পালক আৰু নিবনুৱা যুৱক-যুৱতী স্বাৱলম্বী হোৱাৰ এক পথ বিচাৰি পাব এই মেলাতে ।
Last Updated : Oct 16, 2019, 7:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.