ETV Bharat / state

আজাৰৰ কল্লাপাৰাত গুলীচালনাৰ ঘটনা - মেঘালয় আৰক্ষী

ঘটনাস্থলীৰ পৰা পলায়ন মূল অভিযুক্ত মুৰুলি চৌধুৰী

কল্লাপাৰাত গুলীচালনাৰ ঘটনা
author img

By

Published : Apr 18, 2019, 3:28 AM IST

আজাৰা,18 এপ্ৰিলঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কল্লাপাৰাত অঘটন ৷ বুধবাৰে নিশা বাতিৰাম দাস নামৰ লোক এজনক মুৰুলি চৌধুৰী নামৰ লোক জনে গুলীচালনা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আহত বাতিৰাম দাস কল্লাপাৰা গাঁৱৰ ৰাইজৰ সভাপতি আৰু অসম আৰক্ষীত কৰ্মৰত ৷ আনহাতে, অভিযুক্ত মুৰুলি চৌধুৰী মেঘালয়ৰ আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷

কল্লাপাৰাত গুলীচালনাৰ ঘটনা

গাঁও খনত অনুষ্ঠিত এখন ৰাজহুৱা সভাস্থলীত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত মুৰুলি চৌধুৰী ৷ ইতিমধ্য়ে, ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Slug:-A_Kam_Firing_at_palashbari_801-806_vis+Photo_Ajay_Das

#breaking

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হঠাৎ কল্লাপাৰাত গুলীচালনাৰ ঘটনা ।

Vo...পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হঠাৎ কল্লাপাৰাত অঘটন । বাতিৰাম দাস নামৰ লোক এজনক মুৰুলি চৌধুৰী নামৰ লোক জনে গুলিচালনা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । বাতিৰাম দাস কল্লাপাৰা গাঁওৰ ৰাইজৰ সভাপতি আৰু অসম আৰক্ষীত কৰ্মৰত লোক । আনহাতে মুৰুলি চৌধুৰী মেঘালয়ৰ আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে । গাঁও খনত আজি ৰাজহুৱা সভা (সুঁৱৰি উৎসৱ) আছিল । সেই সময়তে হঠাৎ মুৰুলি চৌধুৰী নামৰ লোক জনে আহি বাতিৰাম দাসক গুলি বৰ্ষন কৰাত লোক জন বাগৰি যোৱাত একাংশ লোকে ততাতায়াকৈ চিকিৎসালয়লৈ নিয়ে । ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা মুৰুলি চৌধুৰী পলায়ন কৰে  । ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ চেষ্টা কৰিছে যদিও পৰিস্থিতি উত্তপ্ত হৈয়ে আছে । প্ৰশ্ন হল মুৰুলি চৌধুৰীয়ে কত পালে মাৰনাঅস্ত্ৰ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.