ETV Bharat / state

গুৱাহাটীত নিষিদ্ধ ফটকা-আতচবাজী

মহানগৰবাসীৰ বাবে এক দুঃখবৰ ৷ এইবাৰ দীপাৱলীত নিষিদ্ধ কৰা হ'ল ফটকা-আতচবাজী ৷ অহা 30নৱেম্বৰ পৰ্যন্ত গুৱাহাটী মহানগৰীত কোনেও ফুটাব নোৱাৰিব আতচবাজী ৷ মঙলবাৰে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে এই জাননী জাৰি কৰিছে ৷

author img

By

Published : Nov 10, 2020, 7:31 PM IST

fireworks-band-in-guwahati-city
গুৱাহাটীত নিষিদ্ধ ফটকা-আতচবাজী

গুৱাহাটী,10নৱেম্বৰঃমহানগৰবাসীৰ বাবে এক দুঃখবৰ ৷ এইবাৰ দীপাৱলীত নিষিদ্ধ কৰা হ'ল ফটকা-আতচবাজী ৷ অহা 30নৱেম্বৰ পৰ্যন্ত গুৱাহাটী মহানগৰীত কোনেও ফুটাব নোৱাৰিব আতচবাজী ৷ মঙলবাৰে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে এই জাননী জাৰি কৰিছে ৷

অন্যহাতে,ৰাজ্যৰ আন আন ঠাইত ৰাইজে পালন কৰিব পাৰিব গ্ৰীণ দীপান্বিতা ৷ উল্লেখযোগ্য যে,ইতিমধ্যে নেচনেল গ্ৰীন ট্ৰিবুনেলে চলিত ক'ভিড19 মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ফটকাৰ বিক্ৰী আৰু মজুত নিষিদ্ধ কৰিছে।

লগতে পঢ়কঃ পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.