ETV Bharat / state

এতিয়াৰ পৰা মহানগৰীত বিনামূলীয়াকৈ গাড়ী পাৰ্কিং কৰিব পাৰিব আপুনি

author img

By

Published : Jul 8, 2021, 10:44 PM IST

লেচীসকলে বকেয়া ধন আদায় নিদিয়ালৈকে আৰু চলিত বিত্তীয় বর্ষৰ বাবে নিবিদা নোহোৱা পর্যন্ত ৰাইজে ৫০ টা আস্থানত বিনামূলীয়াভাৱে যান-বাহন পার্কিং কৰিব পাৰিব ।

fifty places free parking in ghy
লেচীক আঁতৰাই গুৱাহাটীৰ ৫০ টা পাৰ্কিং স্থান বিনামূলীয়া কৰিলে পৌৰ নিগমে

গুৱহাটী, ৮ জুন : মহানগৰীৰ বিভিন্ন স্থানৰ ৫০টা পার্কিং আস্থান ৰাইজৰ সুবিধার্থে বিনামূলীয়া ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে(GMC) । লেচীসকলে বকেয়া ধন আদায় নিদিয়ালৈকে আৰু চলিত বিত্তীয় বর্ষৰ বাবে নিবিদা নোহোৱা পর্যন্ত ৰাইজে ৫০ টা আস্থানত বিনামূলীয়াভাৱে যান-বাহন পার্কিং কৰিব পাৰিব । পৌৰ নিগমৰ এক সূত্রই জনোৱা মতে কটন কলেজিয়েট স্কুল পথ, এইচ বি ৰোড(H.B Road), ড৹ জে জি দাস ৰোড, এ আৰ পি ৰোড, জি এছ ৰোড(G S road), জি এন বি ৰোড, এ টি ৰোড (A T Road), দিছপুৰ ছুপাৰ মার্কেট, এ কে আজাদ ৰোড, গণেশগুৰি উৰণীয়া সেঁতু, উলুবাৰী উৰণীয়া সেঁতু, বেছামেণ্ট পার্কিং, ছয়মাইল উৰণীয়া সেঁতু আৰু আঠগাঁৱৰ লগতে ৫০টা জি এম চিৰ পার্কিং ৰাইজৰ বাবে বিনামূলীয়া কৰিছে জি এম চি কর্তৃপক্ষই ।

free parking in ghy
পাৰ্কিং স্থান বিনামূলীয়া কৰিলে পৌৰ নিগমে

লেচীসকলে(Lessees) বকেয়া ধন আদায় নিদিয়া পর্যন্ত আৰু ২০২১-২২ বিত্তীয় বর্ষৰ(Financial year) বাবে নিবিদা আবণ্টন নোহোৱালৈকে ৰাইজে এইকেইটা আস্থানত যান-বাহন পার্কিং কৰাৰ ক্ষেত্রত কোনো মূল্য দিব নালাগে । তদুপৰি বিনামূলীয়া আস্থান সমূহৰ ভিতৰত আছে এম জি ৰোডৰ পৰা চিটি’ পইণ্টৰ পশ্চিম দিশ, কটন কলেজিয়েট স্কুলৰ পৰা পাণবজাৰ থানালৈ, এইচ বি ৰোডৰ দক্ষিণ দিশ, এম জি ৰোডৰ পৰা এইচ বি ৰোডলৈ পেৰেলেল পার্কিং, কমিছনাৰ পইণ্টৰ পৰা ডনবস্ক’ স্কুললৈ, জি এছ ৰোডৰ দিহাং অর্কেডৰ পৰা অৰিন পেলেচৰ পূব দিশ, জি এন বি ৰোডৰ পেৰাডাইছ হাস্পতালৰ পৰা গুৱাহাটী সাধুঘৰৰ দক্ষিণ দিশ, এ টি ৰোডৰ কর্নেল জে আলী ৰোডৰ পৰা বিশ্বৰত্ন হোটেললৈ, জি এছ ৰোডৰ পেপে জিনছৰ পৰা নিউজ লাইভ বিল্ডিঙলৈ, জি এছ ৰোডৰ প্রগতি মেনৰৰ পৰা উইলছ লাইভ ষ্টাইলছৰ পশ্চিম দিশ ।

আন আন স্থানসমূহ ক্ৰমে জি এছ ৰোডৰ গুৱাহাটী ছেনিটাৰীৰ পৰা ছিলভাৰ স্কোৱাৰলৈ পশ্চিম দিশ, জি এছ ৰোডৰ মংগলা সন্তোষ ষ্ট’ৰৰ পৰা ড’না প্লেনেটলৈ পশ্চিম দিশ, জি এছ ৰোডৰ পেনাছনিকৰ পৰা মার্বল প্লাজালৈ পূব দিশ, ছুপাৰ মার্কেটৰ জি এম চি অফিচৰ কার্যালয় চৌহদ, এইচ বি ৰোড পাণবজাৰ পুলিচ পইণ্টৰ পৰা চিটী ফার্মাচীলৈ উত্তৰ দিশ, জি এছ ৰোডৰ পেণ্টালুনছৰ পৰা ইউকো বেংকলৈ পূব দিশ, এ টি ৰোডৰ ৬নং গেটৰ পৰা ৮নং গেটলৈ দক্ষিণ দিশ, এইচ বি ৰোডৰ বেপিষ্ট চার্চৰ পৰা ড০ জে চি দাস ৰোডলৈ, এ কে আজাদ ৰোডৰ বন বিভাগৰ কার্যালয়ৰ ৰিহাবাৰী নামঘৰলৈ, জি এছ ৰোডৰ টাইমছ অৱ ইণ্ডিয়াৰ কার্যালয়ৰ পৰা চহৰীয়াছ পেথলেবলৈ,পাণ্ডু পোর্ট (Pandu port) পথৰ পৰা বৰা বজাৰৰ পৰা পাণ্ডু কলেজলৈ ।

ইয়াৰ উপৰিও আৰ পি ৰোডৰ ফেশ্বনৰ পৰা লাইভ লাইন মেডিকোজলৈ, দীনেশ পথ চেণ্ট্ৰেল পুলিচ হাস্পতালৰ পৰা এছ এছ ৰোডলৈ, বেলতলাৰ চেণ্ট্ৰেল নার্ছিং হোমৰ পৰা বেলতলা তিনিআলিলৈ, জি এছ ৰোডৰ কনকলতা পথৰ পৰা নন্দি ৰাভা পথলৈ, ৰাষ্ট্রীয় ঘাইপথৰ ইউনিয়ন বেংকৰ পৰা আই ডি বি আই বেংকলৈ পূব দিশ, জি এছ ৰোডৰ প্রাইম বেকছ স্পেচিয়েলৰ পৰা সংগম ষ্টীল হার্ডৱেৰলৈ পশ্চিম দিশ, বেতকুছি পথৰ পাইকাৰী মাছৰ বজাৰৰ দুয়োদিশ, জি এছ ৰোডৰ ছয়মাইল উৰণীয়া সেতুৰ পৰা কনকলতা পথলৈ, এড জে ৰোডৰ ভিজন হাস্পতালৰ পৰা শিৱ মন্দিৰলৈ, জি এন বি ৰোডৰ অভিষেক মটৰৰ পৰা আর্চিয়াছ গেলাৰীলৈ, জি এছ ৰোডৰ দুর্গা দাস কমপ্লেক্সৰ পৰা অজয় হোটেললৈ, জি এছ ৰোডৰ কৃষি ভৱনৰ পৰা আশা বৰা ফাউণ্ডেচনলৈ পশ্চিম দিশত পাৰ্কি কৰিলেও লেচীক ধন দিব নালাগে ।

আনহাতে, আৰ জি বৰুৱা ৰোডৰ দৈনিক জনমভূমিৰ কার্যালয়ৰ পৰা শ্রীনগৰ পথলৈ, জি এন বি ৰোডৰ আৰ এছ ট্রেডিঙৰ পৰা পেৰাডাইজ হোটেললৈ, এম ই ৰোডৰ কিৰণশ্রী হোটেলৰ পৰা কালী মন্দিৰলৈ, ভি আই পি ৰোডৰ প্রতীক্ষা হোটেলৰ পৰা জোনাকী পথলৈ, পাথৰকুছিৰ পৰা নতুন বজাৰলৈ, এইচ বি ৰোডৰ খুবছান্দৰ পৰা শিখ মন্দিৰলৈ, সতী জয়মতী পথৰ ছাবিপুলৰ পৰা কে চি ৰোডলৈ, মহম্মদ তৈবুল্লা পথৰ উচ্চ ন্যায়ালয়ৰ পৰা জি এন বি ৰোডলৈ, গণেশগুৰি উৰণীয়া সেঁতুৰ তলৰ পার্কিং, উলুবাৰী উৰণীয়া সেঁতুৰ (Ulubari flyover) তলৰ পার্কিং, ভঙাগড় উৰণীয়া সেঁতুৰ তলৰ পার্কিং, ছয়মাইল উৰণীয়া সেঁতুৰ তলৰ পার্কিং, ফাঁচীবজাৰৰ মার্কেট কমপ্লেক্স পার্কিং বৰ্তমান সময়ত লেচী মুক্ত কৰি বিনামূলীয়া কৰা হৈছে ।

লগতে পঢ়ক :অসমৰ গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব গাঁওবুঢ়া শব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.