- ডিজিপি কুলধৰ শইকীয়াৰ কাৰ্যকাল বৃদ্ধি
- তিনিমাহলৈ বৃদ্ধি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ কাৰ্যকাল
- কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত
- শনিবাৰে কাৰ্যকাল শেষ হোৱাৰ কথা আছিল কুলধৰ শইকীয়াৰ
- এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগমূহুৰ্তত চৰকাৰৰ এই সিদ্ধান্ত
- জেষ্ঠ আৰক্ষী বিষয়া তপন কুমাৰ ডেকাৰ নাম উচ্চাৰিত হৈছিল ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হিচাপে
- বৰ্তমান কুলধৰ শইকীয়াই চম্ভালিব ৰাজ্যৰ আইন-শৃংখলা
তিনিমাহলৈ বৃদ্ধি কুলধৰ শইকীয়াৰ কাৰ্যকাল
এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগমূহুৰ্তত চৰকাৰৰ এই সিদ্ধান্ত
তিনিমাহলৈ বৃদ্ধি কুলধৰ শইকীয়াৰ কাৰ্যকাল
- ডিজিপি কুলধৰ শইকীয়াৰ কাৰ্যকাল বৃদ্ধি
- তিনিমাহলৈ বৃদ্ধি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ কাৰ্যকাল
- কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত
- শনিবাৰে কাৰ্যকাল শেষ হোৱাৰ কথা আছিল কুলধৰ শইকীয়াৰ
- এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগমূহুৰ্তত চৰকাৰৰ এই সিদ্ধান্ত
- জেষ্ঠ আৰক্ষী বিষয়া তপন কুমাৰ ডেকাৰ নাম উচ্চাৰিত হৈছিল ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হিচাপে
- বৰ্তমান কুলধৰ শইকীয়াই চম্ভালিব ৰাজ্যৰ আইন-শৃংখলা
Intro:Body:
Conclusion:
kula saikia's extesnsion
Conclusion: