ETV Bharat / state

মহানগৰীত আৱকাৰী বিভাগৰ অভিযান

author img

By

Published : Feb 22, 2019, 5:11 PM IST

অভিযানত আৱকাৰী বিভাগে প্ৰায় ৩০০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰে

মহানগৰীত আৱকাৰী বিভাগৰ অভিযান

গুৱাহাটী,২২ফেব্ৰুৱাৰীঃ মহানগৰীত অবৈধ চুলাইৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান। দীৰ্ঘদিন ধৰি মালিগাঁৱৰ শুকুৰবৰীয়া বজাৰত চলি আছিল চুলাইৰ অবৈধ বেহা।

মহানগৰীত আৱকাৰী বিভাগৰ অভিযান
এই অভিযানত আৱকাৰী বিভাগে প্ৰায় ৩০০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰে। কিন্তু ঘটনা সন্দৰ্ভত কোনো ব্যৱসায়িক আটক কৰিবলৈ সক্ষম নহ'ল আৱকাৰী বিভাগ। অবৈধ সুৰাৰ বিৰুদ্ধেমহানগৰীত নিয়মীয়াকৈ অভিযান চলাই যোৱাৰ কথা উল্লেখ কৰে আৱকাৰী বিভাগৰ দলটোৱে।

Slug: A_GHY_22FEB_801_EXCISE OPERATION_HIRUL HAQUE

Breaking

মহানগৰীৰ মালিগাঁৱত আৱকাৰী বিভাগৰ অভিযান।

অবৈধ চুলাইৰ বিৰুদ্ধে বিভাগটোৰ এই অভিযান।

দীৰ্ঘদিন ধৰি মালিগাঁৱৰ শুকুৰবৰীয়া বজাৰত চলি আছিল চুলাইৰ অবৈধ বেহা।

এই অভিযানত আৱকাৰী বিভাগে প্ৰায় ৩০০ লিটাৰ চুলাই নষ্ট কৰে।

ঘটনা সন্দৰ্ভত কোনো ব্যৱসায়িক আটক কৰিবলৈ সক্ষম নহ'ল আৱকাৰী বিভাগে।

নিয়মীয়াকৈ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ কথা উল্লেখ কৰে অভিযানকাৰী দলটোৱে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.