ETV Bharat / state

গুৱাহাটীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান

author img

By

Published : Oct 22, 2020, 10:52 PM IST

মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ অভিযান ৷ অভিযানকাৰী দলে ধীৰেনপাৰাৰ পাহাৰীয়া এটা অঞ্চলৰ পৰা চুলাই ভাটিত ৪,০০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰী, ৮০ লিটাৰ চুলাই, ১৮ টাকৈ চুলাই সংগ্ৰহ কৰা ড্ৰাম নষ্ট কৰে ৷

excise operation against liquore
গুৱাহাটীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান

গুৱাহাটী, 22 অক্টোবৰ: বৃহস্পতিবাৰে মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান । অভিযানকাৰী দলে ধীৰেনপাৰাৰ পাহাৰীয়া এটা অঞ্চলৰ পৰা চাৰিটাকৈ চুলাই ভাটিত অভিযান চলাই আৱকাৰী বিভাগে ৪,০০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰী, ৮০ লিটাৰ চুলাই, ১৮ টাকৈ চুলাই সংগ্ৰহ কৰা ড্ৰাম নষ্ট কৰে ।

অৱশ্যে এই অভিযানত এতিয়ালৈকে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৱকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে । ইফালে মহানগৰীখনত নিয়মীয়াকৈ এনেদৰে অভিযান চলি থাকিব বুলি জনাই বিভাগীয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক: চৰ্চা লাভ কৰিছে কলিয়াবৰৰ এটা বিশেষ শিলে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.