ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল - hslc

২০১৯ বৰ্ষৰ ফলাফলক লৈ সন্তুষ্ট বুলি সংবাদমেল যোগে প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। বানে গৰকা ধেমাজিৰ ভাল ফলাফল আৰু হাইলাকান্দিৰ তুলনামূলকভাৱে বেয়া ফলাফলৰ বিষয়েও সংবাদমেল যোগে জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল
author img

By

Published : May 15, 2019, 6:46 PM IST

Updated : May 15, 2019, 7:27 PM IST

গুৱাহাটী,১৫ মে' : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত গুৱাহাটীত শিক্ষামন্ত্ৰীৰ সংবাদমেল। ৰাজ্যত এইবাৰ ফলাফল সন্তোষজনক বুলি প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।

শিক্ষামন্ত্ৰীৰ সংবাদমেল

সংবাদমেলযোগে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে,

  • যোৱাবাৰতকৈ বৃদ্ধি পাইছে এইবাৰ স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা।
  • স্থান দখল কৰিবলৈ সক্ষম হোৱা 39 গৰাকী ভিতৰত 10 গৰাকী চৰকাৰী বিদ্যালয়ৰ।
  • উল্লেখনীয়ভাৱে এইবাৰ 65 খন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এশ শতাংশ উত্তীৰ্ণ হৈছে।
  • পূৰ্বৰ দৰে এইবাৰো শীৰ্ষত আছে বানে গৰকা ধেমাজি জিলা।
  • তাৰ বিপৰীতে সমগ্ৰ ৰাজ্যৰ ভিতৰত হাইলাকান্দি জিলাৰ ফলাফল তুলনামূলকভাৱে বেয়া।
  • 17মে'ৰ পৰা অনলাইন যোগে প-পত্ৰ পূৰণ কৰিব পাৰিব কম্পাৰমেন্টেল পৰীক্ষা দিব বিচৰা পৰীক্ষাৰ্থীয়ে।
  • 1 জুলাইৰ পৰা আৰম্ভ হ'ব কম্পাৰমেণ্টেল পৰীক্ষা আৰু ফলাফল ঘোষণা হ'ব 30 জুলাইৰ ভিতৰত।

Intro:শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সংবাদমেল। ৰাজ্যত এইবাৰ ফলাফল সন্তোষ জনক বুলি কলে শিক্ষামন্ত্ৰী গৰাকীয়ে।

যোৱাবৰতকৈ এইবাৰ স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সংখ্যা বৃদ্ধি হৈছে।
স্থান দখল কৰিবলৈ সক্ষম হোৱা 39 গৰাকী ভিতৰত 10 গৰাকী চৰকাৰী বিদ্যালয়ৰ।
65 খন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এশ শতাংশ উত্তীৰ্ণ হৈছে এইবাৰ।

Body:7 হাজাৰ বিদ্যালয়ৰ ভিতৰত শূন্যৰ পৰা 9 শতাংশ পৰীক্ষৰ্থী উত্তীৰ্ণ নোহোৱা বিদ্যালয়ৰ সংখ্যা হৈছে 289
ইয়াৰে চৰকাৰী বিদ্যালয়ৰ 37 খন বিদ্যালয়ৰ পৰা 9 শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা।
ধেমাজিৰ কথা কলে মনলৈ আহে বানপানীৰ কথা কিন্তু যোৱা বৰ্ষৰ দৰে এইবাৰো শ্ৰেষ্ঠ জিলা ধেমাজি । ধেমাজি জিলাৰ ফলাফল সকলো জিলাত কৈ ভাল।
হাইলাকান্দি জিলাৰ ফলাফল সৰ্বনিম্ন। যোৱা বছৰ ওদালগুৰিৰ ফলাফল সৰ্বনিম্ন আছিল। কিন্তু এইবাৰ পূৰ্বৰ তুলনাত ওদালগুৰি জিলাৰ ফলাফল ভাল।
17 মে ৰ পৰা অনুত্তীৰ্ণ কোম্পাৰমেন্টল পৰীক্ষা দিব বিচৰা পৰীক্ষৰ্থীয়ে প পত্ৰ পূৰণ কৰিব পাৰিব অনলাইন যোগে।
1 জুলাইৰ পৰা আৰম্ভ হব কোম্পাৰমেণ্ট ল পৰীক্ষা আৰু
30 জুলাইৰ ভিতৰত ঘোষণা হব ফলাফল।

Conclusion:
Last Updated : May 15, 2019, 7:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.