ETV Bharat / state

লকডাউনঃ কিদৰে সময় অতিবাহিত কৰিছে কণ্ঠশিল্পী দীক্ষুৱে - কিদৰে সময় অতিবাহিত কৰিছে কণ্ঠশিল্পী দীক্ষুৱে

অতি সোনকালে দীক্ষুৰ এটি নতুন সুন্দৰ গীত অসমবাসীৰ বাবে মক্তি দিয়া হব।

কিদৰে সময় অতিবাহিত কৰিছে কণ্ঠশিল্পী দীক্ষুৱে

author img

By

Published : Mar 29, 2020, 11:11 PM IST

গুৱাহাটী, 29 মাৰ্চ : চৰকাৰৰ লক ডাউন সফল হোৱাৰ বাবে লগতে ক'ৰণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়া সজাগ হৈছে ৰাজ্যবাসী। ঘৰত থাকি সকলোৱে পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে বিভিন্ন কাম কৰা পৰিলক্ষিত হৈছে। ঘৰত থাকি কোনোদিনে কৰি নোপোৱা কাম কৰিবলৈ লৈছে কণ্ঠশিল্পী দীক্ষুৱে। ঘৰৰ ফেন চাফা কৰাৰ লগতে ঘৰ চাফ চিকুণ কৰাত ব্যস্ত দীক্ষু। কেৱল ঘৰ চাফ চিকুণ নহয় ইয়াৰ লগে লগে গানৰ চৰ্চ্চা কৰি গৈছে কণ্ঠশিল্পী গৰাকীয়ে। দীক্ষু ৱে জানিবলৈ দিয়ে যে ভাৰতবৰ্ষই যিহেতু পলিঅ'ৰ লগতে বহু ভয়াৱহ ৰোগ আঁতৰাই পেলাইছে গতিকে অতি শীঘ্ৰে ক'ভিদ 19 আঁতৰাই পেলাব ৷ সেয়ে সকলোকে ঘৰত থকাৰ বাবে আহ্বান জনায় দীক্ষুৱে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.