ETV Bharat / state

আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী

শনিবাৰে ৰাতি লতাশিল আৰক্ষীয়ে আটক কৰে তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰীক৷ ৰাহুল নামৰ এজন লোকৰ নেতৃত্বত দীৰ্ঘদিন ধৰি চলিছিল ড্ৰাগছ ব্যৱসায় ৷

author img

By

Published : Aug 25, 2019, 3:31 PM IST

Updated : Aug 25, 2019, 6:19 PM IST

আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী, 25 আগষ্টঃ লতাশিল আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী| শনিবাৰে ৰাতি লতাশিল আৰক্ষীয়ে কালিবাৰী ৰে'লৱে কলনিৰ পৰা ড্ৰাগছসহ আটক কৰে ৷ লগতে উদ্ধাৰ হৈছে 45 টা ড্ৰাগছভৰ্তি কনটেইনাৰ সহ তিনিটা মোবাইল,নগদ পাচঁ হাজাৰ টকা৷ ধৃত মহিলাকেইগৰাকীৰ নাম জেৰিনা বেগম ওৰফে মৰজিনা,চামিৰন বানু ওৰফে চটো গেদী আৰু ৰেহনা বেগম ৷ ৰাহুল নামৰ এজন লোকৰ নেতৃত্বতে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় কৰি আহিছিল তিনি মহিলাই৷

Intro:লতাশিল আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী।

শনিবাৰে ৰাতি কালিবাৰী ৰেলৱে কলনিৰ পৰা ড্ৰাগছসহ তিনিওকে উদ্ধাৰ কৰে লতাশিল আৰক্ষীয়ে।

Body:উদ্ধাৰ হৈছে ৪৫ টা ড্ৰাগছভৰ্তী কনটেইনাৰ।
লগতে উদ্ধাৰ তিনিটা মোবাইল,নগদ পাচ হাজাৰ টকা।
ধৃত মহিলাকেইগৰাকীৰ নাম জেৰিনা বেগম ওৰফে মৰজিনা,চামিৰন বানু ওৰফে চটো গেদী,ৰেহনা বেগম।

Conclusion:ৰাহুল নামৰ এজনৰ নেতৃত্বত দীৰ্ঘদিনে ড্ৰাগছ ব্যৱসায় কৰি আহিছিল তিনি মহিলাই।
Last Updated : Aug 25, 2019, 6:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.