- মহানগৰীত ড্ৰাগছ সহ আটক যুৱক
- অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অনুসন্ধানত আটক যুৱক
- যুৱক দুজনৰ নাম হিৰক চৌধুৰী আৰু ৱিকি ফাংচু
- যুৱক দুজনৰ পৰা বিভাগটোৱে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে
- ধৃত যুৱক দুজনৰ ঘৰ মহানগৰীৰ পাঞ্জাবাৰীত
- ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ লোকে হাতে-লোটে ধৰে যুৱক দুজনক
- দীৰ্ঘদিনৰ পৰা বেলতলাৰ ৰিলায়েন্স মাৰ্কেটৰ সমীপত নিষিদ্ধ ড্ৰাগছৰ বেহা কৰি আছিল যুৱক দুজনে
- সম্প্ৰতি যুৱক দুজনক আৰক্ষীক গতাই দিয়ে বিভাগটোৱে
মহানগৰীত ড্ৰাগছসহ আটক যুৱক
মঙলবাৰে মহানগৰীত অপৰাধ অনুসন্ধান শাখাৰ অভিয়ানত আটক হয় ড্ৰাগছসহ দুই যুৱক ৷
মহানগৰীত ড্ৰাগছসহ আটক যুৱক
- মহানগৰীত ড্ৰাগছ সহ আটক যুৱক
- অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অনুসন্ধানত আটক যুৱক
- যুৱক দুজনৰ নাম হিৰক চৌধুৰী আৰু ৱিকি ফাংচু
- যুৱক দুজনৰ পৰা বিভাগটোৱে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে
- ধৃত যুৱক দুজনৰ ঘৰ মহানগৰীৰ পাঞ্জাবাৰীত
- ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ লোকে হাতে-লোটে ধৰে যুৱক দুজনক
- দীৰ্ঘদিনৰ পৰা বেলতলাৰ ৰিলায়েন্স মাৰ্কেটৰ সমীপত নিষিদ্ধ ড্ৰাগছৰ বেহা কৰি আছিল যুৱক দুজনে
- সম্প্ৰতি যুৱক দুজনক আৰক্ষীক গতাই দিয়ে বিভাগটোৱে
Intro:
◆ মহানগৰীত ড্ৰাগছ সহ আটক যুৱক ।
◆ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অনুসন্ধানত আটক যুৱক ।
◆ যুৱক দুজনৰ নাম হিৰক চৌধুৰী আৰু ৱিকি ফাংচু ।
◆ যুৱক দুজনৰ পৰা বিভাগটোৱে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে ।
Body:
◆ ধৃত যুৱক দুজনৰ ঘৰ মহানগৰীৰ পাঞ্জাৱৰীত ।
◆ ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ লোকে হাতে লোটা ধৰে যুৱক দুজনক ।
Conclusion:
◆ দীৰ্ঘদিনৰ পৰা বেলতলাৰ ৰিলাইন্স মাৰ্কেটৰ সমীপত নিষিদ্ধ ড্ৰাগছৰ বেহা কৰি আছিল যুৱক দুজনে ।
◆ সম্প্ৰতি যুৱক দুজনক আৰক্ষীক গটাই দিয়ে বিভাগটোৱে ।