ETV Bharat / state

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভূমিৰ অধিকাৰ প্ৰতিশ্ৰুতি দিলে হিমন্তই - ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি

ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা এখন বিশাল গণ সমাবেশত বুধবাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত হিমন্ত বিশ্ব শৰ্মাই ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদলৈ ভূমিৰ অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি কৰা লগতে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰে প্ৰতিবেদন প্ৰস্তুত কৰি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

Dr. Hemanta Biswa Sarma at Dudhnoi
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভূমিৰ অধিকাৰ প্ৰতিশ্ৰুতি দিলে হিমন্তই
author img

By

Published : Feb 10, 2021, 10:50 PM IST

দূধনৈ, 10 ফেব্ৰুৱাৰী : ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা এখন বিশাল গণ সমাবেশত বুধবাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

দুধনৈ কলেজ খেলপথাৰত হেলিকপ্টাৰে অৱতৰণ কৰাৰ পিচতে ড৹ হিমন্ত বিশ্ব শৰ্মাই পদযাত্ৰা কৰি সভাস্থলীত উপস্থিত হয় ৷

Dr. Hemanta Biswa Sarma at Dudhnoi
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভূমিৰ অধিকাৰ প্ৰতিশ্ৰুতি দিলে হিমন্তই

সভাত হিমন্ত বিশ্ব শৰ্মাই ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদলৈ ভূমিৰ অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি কৰা লগতে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰে প্ৰতিবেদন প্ৰস্তুত কৰি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

গণ সমাবেশত পদ্মশ্ৰী ড৹ বিৰুবালা ৰাভা, ৰাভা হাছং প্ৰধান টংকেশ্বৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা আদি উপস্থিত থাকে ৷

লগতে পঢ়ক: লক্ষ্য নিৰ্বাচন: অমিত শ্বাহ বৈঠকত মিলিত হ’ব কোচ ৰাজবংশৰ উত্তৰাধিকাৰীৰ সৈতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.