ETV Bharat / state

দ্বিতীয় পর্যায়ত ১৫,১৬০ গৰাকী ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা বঁটা প্রদান

author img

By

Published : Feb 17, 2021, 9:01 PM IST

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণসকলৰ মাজৰ পৰা মেধাভিত্তিক ২০১৮ বৰ্ষৰ ৫০২৮ গৰাকী আৰু ২০১৯ বৰ্ষৰ ১০,১৩২ গৰাকী ছাত্ৰীলৈ ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

Dr. banikanta Kakati merit award given to 15,160 students
দ্বিতীয় পর্যায়ত ১৫,১৬০ গৰাকী ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা বঁটা প্রদান

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰীঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণসকলৰ মাজৰ পৰা মেধাভিত্তিক ২০১৮ বৰ্ষৰ ৫০২৮ গৰাকী আৰু ২০১৯ বৰ্ষৰ ১০,১৩২ গৰাকী ছাত্ৰীলৈ ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷ এই উপলক্ষে বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰে শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

ইতিমধ্যে, ২০ ডিচেম্বৰত প্রথম পর্যায়ত ২২,২৪৫ গৰাকী ছাত্ৰীক এই বঁটা প্ৰদান কৰাৰ পিচতে দ্বিতীয় পৰ্যায়ত মেধাভিত্তিত এই বঁটা প্ৰদান কৰা হৈছে ৷ শিক্ষা বিভাগৰ প্রধান সচিব বি. কল্যাণ চক্ৰৱৰ্তীৰ আদৰণি ভাষণেৰে আৰম্ভ হােৱা এই মেধা বঁটা প্ৰদানৰ সভাত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী ভৱেশ কলিতা, উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, ‘ছেবা’ ৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোঁহাই আদি উপস্থিত থাকে ৷

লগতে পঢ়ক: 4.7 প্ৰাব্যল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.