ETV Bharat / state

উৎকোছ লৈ গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক - গহীন পেগু

ধন দাবীত লিপ্ত হ'ল দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক ৷ সোণৰ বিস্কুট চুৰি আৰু নগদ ধন ডকাইতি কৰাৰ পিছতে এইবাৰ আৰক্ষী নামিল ধন দাবীত ৷ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল দিছপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগু ৷ এটা গোচৰ সংক্ৰান্তত এছ বি আইৰ বিষয়াৰ পৰা ধন লওঁতে দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে নিশা থানা চৌহদতে হাতে লুটে গ্ৰেপ্তাৰ কৰে উপ পৰিদৰ্শকগৰাকীক

উৎকোছ লৈ গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক
author img

By

Published : Sep 27, 2019, 11:37 PM IST

Updated : Sep 28, 2019, 12:12 PM IST

দিছপুৰ, 27 ছেপ্টেম্বৰঃ ধন দাবীত লিপ্ত হ'ল দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক ৷ সোণৰ বিস্কুট চুৰি আৰু নগদ ধন ডকাইতি কৰাৰ পিছতে এইবাৰ আৰক্ষী নামিল ধন দাবীত ৷ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল দিছপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগু ৷ এটা গোচৰ সংক্ৰান্তত এছ বি আইৰ বিষয়াৰ পৰা ধন লওঁতে দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে নিশা থানা চৌহদতে হাতে লুটে গ্ৰেপ্তাৰ কৰে উপ পৰিদৰ্শকগৰাকীক ৷
এছ বি আই বিষয়াগৰাকীৰ বিৰুদ্ধে আছিল অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ থকাৰ অভিযোগ ৷ আৰু সেই গোচৰৰ মীমাংসাৰ বাবে বিষয়াজনৰ পৰা পেগুয়ে দাবী কৰিছে 50 হাজাৰ টকা ৷ ঘটনা অনুসৰি যোৱা 30 মে'ত দিছপুৰ থানাৰ গোচৰ নং 1517/2019 U/c 420/406/294 ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৰাজু অধিকাৰী নামৰ এজন লোকক আটক কৰা হৈছিল । তাৰ পাছৰ পৰাই ভুক্তভোগী মহিলা গৰাকীক এই গোচৰৰ সমাধানৰ বাবে দিছপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগুৱে ধন দাবী কৰে ৷ উক্ত ধন দিব নোৱাৰাৰ বাবে গহীন পেগুৱে অভিযুক্তৰ পৰা ধন লৈ অভিযুক্তক বাছত উঠাই পঠাই দিয়ে ৷

উৎকোছ লৈ গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক
উল্লেখযোগ্য যে, উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে এইয়াই প্ৰথম অভিযোগ নহয় ৷ ইয়াৰ পূৰ্বেও পেগুৰ বিৰুদ্ধে আছে ধন লোৱা অভিযোগ ৷ আনহাতে, ন্যায়ালয়লৈ লৈ যোৱাৰ সময়তে পেগুৱে সংবাদ মাধ্যমৰ আগত দাবী কৰি কয় যে, 'মই নিৰ্দোষী, মই ষড়যন্ত্ৰৰ বলি হৈছো। ন্যায়ালয়ত সকলো কথা ফাদিল হ'ব' ।

Intro:উৎকোচ লৈ হাতে-লুটে ধৰা পৰিল দিছ্পুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক

Body:দিছ্পুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগু উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল। উপ পৰিদৰ্শক গহীন পেগুয়ে এটা গোচৰ সংক্ৰান্তত Sbi বিষয়াৰ পৰা ধন লওঁতে বৃহস্পতিবাৰে নিশা থানা চৌহদতে হাতে লুটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই। অভিযোগ অনুসৰি Sbi বিষয়াৰ বিৰুদ্ধে আছিল অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ থকাৰ অভিযোগ। আৰু সেই গোচৰৰ মীমাংসাৰ বাবে বিষয়াজনৰ ৰা পেগুয়ে দাবী কৰিছে 50 হাজাৰ টকা। গ্ৰেপ্তাৰৰ পাছত পেগুক ন্যায়ালয়লৈ লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত দাবী কৰি কয় যে 'মই নিৰ্দোষী, মই ষড়যন্ত্ৰৰ বলি হৈছো। ন্যায়ালয়ত সকলো কথা ফাদিল হ'ব'।

উল্লেখযোগ্য যে, পেগুৰ এইয়াই প্ৰথম অভিযোগ নহয়। ইয়াৰ পূৰ্বেও পেগুৰ বিৰুদ্ধে আছে ধন লোৱা অভিযোগ। ঘটনা অনুসৰি যোৱা 30 মে'ত দিছ্পুৰ থানাৰ গোচৰ নং 1517/2019 U/c 420/406/294 ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৰাজু অধিকাৰী নামৰ এজন লোকক আটক কৰা হৈছিল। তাৰ পাছৰ পৰাই ভুক্ত ভুগি মহিলা গৰাকীক এই গোচৰ সমস্যা সমাধানৰ বাবে দিছ্পুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গহীন পেগুৱে ধন দাবী কৰে। উক্ত ধন দিব নোৱাৰাৰ বাবে গহীন পেগুৱে অভিযুক্তৰ পৰা ধন লৈ অভিযুক্তক বাছত উঠাই পঠাই দিয়ে।

গহীন পেগুৰ ভিজুৱেল আজিৰ কিছু ৰিপৰ্টাৰ এপছত দিয়া হৈছে

File visul slug name date 02.06.2019
a_ghy_801_02june_dispur_police_visual_byte_asrar_as10001
Si পেগুৰ বিৰুদ্ধে মহিলা গৰাকীৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল।

Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Sep 28, 2019, 12:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.