ETV Bharat / state

দিছপুৰ প্ৰেছ ক্লাবত মুখামুখি অনুষ্ঠানত শ্যামল চৰকাৰ - ২১' ৰ বিধান সভা নিৰ্বাচন

কোনো এখন চৰকাৰে হিন্দু বাঙালী লোক সকলৰ সমস্যা সমাধান কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে শ্যামল চৰকাৰে ৷ তদুপৰি 'কা' নালাগে বুলি মন্তব্য কৰি ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ নাগৰিকত্ব প্ৰদান কৰাৰ পোষকতা কৰে ভাৰতীয় গণ পৰিষদৰ নেতাগৰাকীয়ে ৷

dispur-press-club-face-to-face-program
দিছপুৰ প্ৰেছ ক্লাবত মুখামুখি অনুষ্ঠানত শ্যামল চৰকাৰ
author img

By

Published : Dec 18, 2020, 4:58 PM IST

গুৱাহাটী, 18 ডিচেম্বৰ : শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হয় সাংবাদিকৰে অতিথিৰ মুখামুখি অনুষ্ঠান ৷ আজিৰ অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় গণ পৰিষদৰ সভাপতি শ্যামল চৰকাৰ ৷ তেওঁ এই অনুষ্ঠানত অংশ লৈ কয় যে, "আমি মনে প্ৰাণে অসমীয়া ৷ অসমৰ বায়ু পানী খাই আমি ডাঙৰ হৈছো ৷ "
কোনো এখন চৰকাৰে হিন্দু বাঙালী লোকসকলৰ সমস্যা সমাধান কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে শ্যামল চৰকাৰে ৷ তদুপৰি 'কা' নালাগে বুলি মন্তব্য কৰি ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ নাগৰিকত্ব প্ৰদান কৰাৰ পোষকতা কৰে ভাৰতীয় গণ পৰিষদৰ নেতাগৰাকীয়ে ৷ ২১'ৰ বিধানসভা নিৰ্বাচনত বিজিপিয়ে ৫৫ ৰ পৰা ৬০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি মন্তব্য কৰে ভাৰতীয় গণ পৰিষদৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: মৃত্যুৰ সিপাৰৰ পৃথিৱীলৈ গুচি যোৱাৰ পাছতো জীয়াই আছে আঢ়ৈবছৰীয়া জশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.