গুৱাহাটী,23 জুনঃ অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে নীলাচলৰ বুকুলৈ ৷ ঠিক সেই সময়তে বিহাৰৰ সমস্তিপূৰৰ পৰা অসমত আহি উপস্থিত হৈছে ৰাম সুশীল পোদ্দাৰ নামৰ এগৰাকী শ্ৰমিক ৷ সুশীলে কোনো তন্ত্ৰ-মন্ত্ৰ সাধনা বা মা-কামাখ্যালৈ আশীষ ল'বলৈ অহা নাই ৷ বেলতলাৰ লালমাটিৰ পৰা মা-কামাখ্যালৈ পদযাত্ৰা কৰিছে পোদ্দাৰে ৷ হাতত এখন বেনাৰলৈ আহিছে পোদ্দাৰে য'ত জিলিকি আছে বিভিন্ন মহাপুৰুষৰ ছবি আৰু দুয়োফালে আছে একোখনকৈ ৰাষ্ট্ৰীয় পতাকাৰ সৈতে গেৰুৱা পতাকা ৷ পোদ্দাৰৰ আশা মহাপুৰুষ সকলে পুণ্যভূমি ভাৰতত জন্ম লৈ ভাৰতৰ কল্যাণৰ হকে পুনৰ কাম কৰি যাওঁক, বৃদ্ধি পাওঁক ভাৰতীয় বীৰসেনা সকলৰ শক্তি ৷ বিভিন্ন জাতি,ধৰ্মৰ দেশ ভাৰতত বৰ্তি থাকক শান্তি-সম্প্ৰীতি ৷
পদব্ৰজে নীলাচললৈ !! - সুশীল পোদ্দাৰ
মহাপুৰুষ সকলে পুণ্যভূমি ভাৰতত জন্ম লৈ ভাৰতৰ হকে কাম কৰি যাওঁক তাৰ আশাৰে মা-কামাখ্যালৈ পদযাত্ৰা ৰাম সুশীল পোদ্দাৰ ৷
গুৱাহাটী,23 জুনঃ অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে নীলাচলৰ বুকুলৈ ৷ ঠিক সেই সময়তে বিহাৰৰ সমস্তিপূৰৰ পৰা অসমত আহি উপস্থিত হৈছে ৰাম সুশীল পোদ্দাৰ নামৰ এগৰাকী শ্ৰমিক ৷ সুশীলে কোনো তন্ত্ৰ-মন্ত্ৰ সাধনা বা মা-কামাখ্যালৈ আশীষ ল'বলৈ অহা নাই ৷ বেলতলাৰ লালমাটিৰ পৰা মা-কামাখ্যালৈ পদযাত্ৰা কৰিছে পোদ্দাৰে ৷ হাতত এখন বেনাৰলৈ আহিছে পোদ্দাৰে য'ত জিলিকি আছে বিভিন্ন মহাপুৰুষৰ ছবি আৰু দুয়োফালে আছে একোখনকৈ ৰাষ্ট্ৰীয় পতাকাৰ সৈতে গেৰুৱা পতাকা ৷ পোদ্দাৰৰ আশা মহাপুৰুষ সকলে পুণ্যভূমি ভাৰতত জন্ম লৈ ভাৰতৰ কল্যাণৰ হকে পুনৰ কাম কৰি যাওঁক, বৃদ্ধি পাওঁক ভাৰতীয় বীৰসেনা সকলৰ শক্তি ৷ বিভিন্ন জাতি,ধৰ্মৰ দেশ ভাৰতত বৰ্তি থাকক শান্তি-সম্প্ৰীতি ৷
Body:শক্তিপীঠ কামাখ্যাত পুজা-অৰ্চনা কৰা বাবে দেশ- বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে। ঠিক সেই সময়তে বিহাৰৰ সমস্তিপূৰৰ পৰা আহি অসমত উপস্থিত হৈছে এগৰাকী শ্ৰমিক ৰাম সুশীল পোদ্দাৰ। ৰাম সুশীল পোদ্দাৰে মা কামাখ্যা মন্দিৰত উপস্থিত কোনে তন্ত্ৰ-মন্ত্ৰ সাধনা বা মা
কামাখ্যাৰ আশীষ লবলৈ অহা নাই। বেলতলাৰ লালমাটিৰ পৰা মা কামাখ্যালৈ পদযাত্ৰা কৰিছে পোদ্দাৰে। হাতত এটা বেনাৰ যত বিভিন্ন মহাপুৰুষৰ ছবি আৰু দুয়ো ফালে গেৰুৱা পতাকা মাজত ৰাষ্ট্ৰীয় পতাকা লৈ আগবাঢ়ি গৈছে মা কামাখ্যা মন্দিৰলৈ। ৰাম সুশীল পোদ্দাৰে বিছাৰে যে পুনৰ ভাৰতৰ এই পুণ্য ভূমিত মহাপুৰুষ সকলে জন্ম লোক আৰু ভাৰতৰ কল্যাণৰ বাবে কাম কৰি যাওঁক। লগতে মা কামাখ্যাত ভাৰতৰ থল, জল আৰু বায়ু সেনাক শক্তি বৃদ্ধি কৰক যে বিশ্ব বিজয় কৰক ভাৰতৰ বীৰ সেনাই। আনহাতে হিন্দু , মুছলিম, শিব্খ, ঈশাই আদি সকলো জাতি ধৰ্ম বৰ্ণৰ লোকে ভাৰত বৰ্ষত শান্তি সম্প্ৰীতি বজায় ৰাখি একগোটে হয়।, তাৰে প্ৰাৰ্থনা কৰিবলৈ পদযাত্ৰাত ওলাইছে ৰাম সুশীল পোদ্দাৰে।
Conclusion:Asrar Ansari
গুৱাহাটী