ETV Bharat / state

কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

author img

By

Published : Apr 28, 2019, 10:04 PM IST

শ্ৰীলংকাৰ কলম্বোৰ গীৰ্জাঘৰত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰতৰ অন্যন্যা প্ৰান্তৰ লগত অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ গীৰ্জা সমূহ কিমান সুৰক্ষিত ?

কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

গুৱাহাটী, 28 এপ্ৰিলঃ শ্ৰীলংকাৰ কলম্বোত ইষ্টাৰৰ সময়ত এসপ্তাহ পূৰ্বে গীৰ্জাত সংঘটিত হৈছিল এক ভয়ংকৰ ধাৰাবাহিক আত্মঘাতী বোমা বিস্ফোৰণ ৷ য'ত প্ৰায় তিনি শতাধিকৰো অধিক লোকে প্ৰাণ হেৰুৱালগীয়া হৈছিল আৰু আহত হৈছিল 500 তকৈও অধিক লোক ৷

এই আক্ৰমণে সমগ্ৰ বিশ্ব কঁপোৱাৰ সময়তে প্ৰশ্ন কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জা সমূহ ? ইটিভি ভাৰতৰ সাংবাদিকৰ পৰ্যবেক্ষণত ওলাল প্ৰশাসনৰ ফোপোলাস্বৰূপ ৷ মহানগৰ প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমান লৈকে লোৱা হোৱা নাই কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থাৰ পদক্ষেপ । গীৰ্জাৰ কমিটি সমূহে নিজাববীয়াকৈ কৰিছে চি চি টিভিৰ ব্যৱস্থা ৷ অৱশ্যে সকলো লোকৰ বাবে গীৰ্জাত প্ৰৱেশৰ অনুমতি থাকিলেও তীক্ষ্ন দৃষ্টি ৰখা ৰাখিছে সন্দেহজনক লোকৰ ওপৰত গীৰ্জা কমিটিয়ে ৷

কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

আৰু পঢ়কঃ এইবাৰ জাতীয় পতাকা ফাটিল গুৱাহাটী ৰে'লৱে ষ্টেচনত

শ্ৰীলংকাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাকলৈ গীৰ্জাৰ ফাডাৰে কয় যে এইয়া দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত ৷ বৰ্তমান সময়ত আমি নিজে সাৱধান হোৱাটো বহুত প্ৰয়োজন, সন্ত্ৰাসবাদীৰ কোনো জাতি ধৰ্ম নাই । আনহাতে কেৱল গীৰ্জা ঘৰে নহয় অনাগত দিনত মন্দিৰ, মচজিদটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হ'ব পাৰে ৷ গতিকে আমি সচেতনতা বৃদ্ধি কৰাটো দৰকাৰী বুলি কয় গীৰ্জাৰ বিষয়ববীয়াই ৷

Intro:গুৱাহাটী মহানাগত চাৰ্চ কিমান সুৰক্ষিত।

Body:শ্ৰীলংকাৰ কলম্বোত চৰ্চাৰ ওপৰত হোৱা ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত গুৱাহাটী মহানগৰীৰ চাৰ্চ সমূহত দেখা পোৱা নাহৰ আজি দিনত প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থাৰ পদক্ষেপ। আনহাতে চাৰ্চ কমিটিই শ্ৰীলংকাৰ কলম্বোত চৰ্চাৰ ওপৰত হোৱা ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কিছু সচেতন হৈ পৰিছে। চিটিটিভিৰ জাৰীয়তে সন্দেহজনক লোকৰ ওপৰত নজৰ ৰাখিছে। শ্ৰীলংকাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাকলৈ ফাডাৰে কয় যে আমি সুৰক্ষিত হোৱা টো বহুত প্ৰয়োজন, সন্ত্ৰাসবাদীৰ কোনো জাতি ধৰ্ম নাই।
Byte 1

Conclusion:শ্ৰীলংকাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাকলৈ চৰ্চাৰ বিষয় ববিয়া কয় যে সন্ত্ৰাসবাদীৰ কোনো জাতি ধৰ্ম নাই।সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা চৰ্চি মন্দিৰ মাছজিৰ লগতে আন আন ধৰ্মৰ ধৰ্ম অনুষ্ঠান হব পাৰে। আমি সচেতনতা অৱলম্বন কৰাটো বহু দৰকাৰী
Byte 2

Asrar Ansari and Pallav Bora
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.