ETV Bharat / state

কৰ'নাৰ পৰা কেনেকৈ সুৰক্ষিত ৰাখিব শিশুক: শিশু ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ - কৰ'না

শিক্ষানুষ্ঠানৰ উপৰি আন অনুষ্ঠান সমূহলৈকো শিশু সকলক লৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াই বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে বহি:ৰাষ্ট্ৰ বা বহি:ৰাজ্যৰ পৰা অহা কোনো লোকৰ সৈতে শিশু সকলে যাতে মিলামিছা নকৰে তাৰ প্ৰতি সতৰ্ক হবলৈও অভিভাৱক সকলক আহ্বান জনায় ।

CARONA PRECAUTION FOR CHILD
কৰ'নাৰ পৰা কেনেকৈ সুৰক্ষিত ৰাখিব শিশুক
author img

By

Published : Mar 16, 2020, 4:34 PM IST

গুৱাহাটী, ১৬ মাৰ্চ: কৰ'না ভাইৰাছৰ সংক্ৰমনৰ পৰা শিশু সকলক কেনেকৈ ৰক্ষা কৰিব পাৰি তাকে লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল । মূলতঃ কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে শিশু সকলক নিৰাপদে ৰাখিব পাৰি সেই বিষয়ে এলানি পৰামৰ্শ আগবঢ়াইছে বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাঃ উৎসৱ ডেকাই ।

এই সময়চোৱাত হেণ্ড চেনিটাইজাৰক অপৰিহাৰ্য সামগ্ৰী কৰি ৰাখিবলৈ অভিভাৱক সকলক আহ্বান জনাইছে চিকিৎসক গৰাকীয়ে । ইয়াৰ উপৰিও আতংকিত হোৱাৰ পৰিবৰ্তে অধিক সাৱধানতা অৱলম্বন কৰাটোহে জৰুৰী বুলি মন্তব্য কৰি তেওঁ কয় যে শিশু সকলক যাতে অভিভাৱক সকলে জনসমাগম থকা ঠাইলৈ লৈ নাযায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.