ETV Bharat / state

লিখিত ভাৱে ক্ষমা খুজিব লাগিব জুবিন গাৰ্গে!

অসম ব্ৰাহ্মণ সমাজৰ ওচৰত লিখিত ভাৱে জুবিন গাৰ্গে ক্ষমা খুজিলেহে বিষয়টো বিচাৰ কৰিব অসম ব্ৰাহ্মণ সমাজে

অসম ব্ৰাহ্মণ সমাজৰ সংবাদমেল
author img

By

Published : Jul 30, 2019, 10:55 PM IST

গুৱাহাটী, 30 জুলাইঃ জুবিন গাৰ্গৰ ব্ৰাহ্মণ সমাজৰ ওপৰত কৰা মন্তব্য সন্দৰ্ভত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰাহ্মণ সমাজে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত জুবিনে ব্ৰাহ্মণক মাৰিবলৈ ধেমালিতে কোৱা নাছিল বুলি মন্তব্য কৰি ব্ৰাহ্মণ সমাজৰ সভাপতিয়ে কয় যে অসম ব্ৰাহ্মণ সমাজৰ ওচৰত লিখিত ভাৱে জুবিন গাৰ্গে ক্ষমা খুজিলেহে তেওঁলোকে বিষয়টো বিচাৰ কৰিব ৷ লগতে ব্ৰাহ্মণক অপমান কৰা কোনো দৃশ্য যদি কাঞ্চনজংঘাত আছে তেন্তে জুবিনক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে ৷ এই ক্ষেত্ৰত চেঞ্চৰ বৰ্ডলৈ ইতিমধ্যে জিলা সমূহৰ পৰা এই সন্দৰ্ভত আবেদন প্ৰেৰণ কৰা হৈছে ।

Intro:গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰাহ্মণ সমাজৰ সংবাদমেল

Body:জুবিন গাৰ্গ ৰ ব্ৰাহ্মণ সমাজৰ ওপৰত কৰা মন্তব্য সন্দৰ্ভত সংবাদমেল । সংবাদমেলত জুবিনে ব্ৰাহ্মণক মাৰিবলৈ ধেমালিতে কোৱা নাছিল বুলি মন্তব্য ব্ৰাহ্মণ সমাজৰ । গতিকে পৰবৰ্তী সময়ত হে ক্ষমাৰ বিষয় লৈ আলোচনা হব বুলি স্পষ্ট কৰি দিয়ে । সংবাদমেলত আৰু কয় যে অসম ব্ৰাহ্মণ সমাজৰ ওচৰলৈ লিখিত দিলে হে তেওঁ লোকে বিষয়টো বিচাৰ কৰিব বুলি ব্ৰাহ্মণ সমাজৰ সভিপতিয়ে মন্তব্য কৰে । লগতে ব্ৰাহ্মণ ক অপমানিত কৰা কোনো দৃশ্য যদি কাঞ্চনজংঘাত আছে তেন্তে জুবিনক কোনো কাৰনতে ক্ষমা নকৰো বুলি স্পষ্ট কৰি দিয়ে ।চেঞ্চৰ বৰ্ডলৈ ইতিমধ্যে জিলা সমূহৰ পৰা প্ৰেৰণ কৰা হৈছে এই সন্দৰ্ভত আবেদন ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.