গুৱাহাটী, 14 ছেপ্টেম্বৰঃ শুকুৰবাৰে নিশা মহানগৰীৰ তেতেলীয়াত মাৰণাস্ত্ৰ দেখুৱাই আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ ধৃত যুৱক জন লখিমপুৰৰ ধ্ৰুৱজ্যোতি চেতিয়া৷ তেতেলীয়াৰ ৰমেশ দাস নামৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল ধ্ৰুৱজ্যোতি চেতিয়া৷
মহানগৰীত পিষ্টল দেখুৱাই আৰক্ষীৰ জালত যুৱক - তেতেলীয়া
মহানগৰীৰ তেতেলীয়াত মাৰণাস্ত্ৰ দেখুৱাই আৰক্ষীৰ জালত পৰিল এজন যুৱক৷ ধৃত যুৱক জন লখিমপুৰৰ ধ্ৰুৱজ্যোতি চেতিয়া৷
আৰক্ষীৰ জালত পৰিল যুৱক
গুৱাহাটী, 14 ছেপ্টেম্বৰঃ শুকুৰবাৰে নিশা মহানগৰীৰ তেতেলীয়াত মাৰণাস্ত্ৰ দেখুৱাই আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ ধৃত যুৱক জন লখিমপুৰৰ ধ্ৰুৱজ্যোতি চেতিয়া৷ তেতেলীয়াৰ ৰমেশ দাস নামৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল ধ্ৰুৱজ্যোতি চেতিয়া৷
Intro:নিশা মহানগৰীৰ তেতেলীয়াত চাঞ্চল্যকৰ ঘটনা। পিষ্টল দেখুৱাই আটক লখিমপুৰৰ যুৱক। তেতেলীয়াৰ ৰমেশ দাস নামৰ লোক এজনৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল ধ্ৰুৱজ্যোতি চেতিয়া নামৰ যুৱকজন। মালিকৰে কোনো কথাত মতানৈক্য হৈ পিষ্টল উলিয়াই ভাবুকি প্ৰদান কৰাৰ অভিযোগ আটকাধীন চেতিয়াৰ বিৰুদ্ধে। পিছত স্থানীয় ৰাইজৰ সহযোগত জালুকবাৰী আৰক্ষীয়ে আটক কৰে যুৱকজনক। তাৰোপৰি জব্দ কৰে যুৱকজনৰ এয়াৰ গানটো। ইফালে এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে ধৃত চেতিয়াই। বিনা কাৰণতে একাংশ ৰাইজে তেওঁক মাৰধৰ কৰা বুলি মন্তব্য কৰে ধ্ৰুৱজ্যোতি চেতিয়াই। তাৰোপৰি পিষ্টলটো ৰেটিং খেলৰ বাবে অনা হৈছিল বুলিও জানিবলৈ দিয়ে। আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 14, 2019, 9:17 AM IST