ETV Bharat / state

বিশ্ব পক্ষী দিৱসৰ দিনটোতেই ভাল খবৰ আহিছে চিৰিয়াখানাৰ পৰা - etv bharat

ৰাজ্যিক চিৰিয়াখানালৈ আহি আছে বলু আৰু সোণালী ৰঙৰ মাকাও চৰাইৰ দৰে বহু লুপ্তপ্ৰায় পক্ষী

সপ্তদশ বিশ্ব পক্ষী দিৱস পালন
author img

By

Published : Jul 3, 2019, 9:43 PM IST

গুৱাহাটী, ৩ জুলাইঃ আজি বিশ্ব পক্ষী দিৱস । উক্ত দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটীস্থিত চিৰিয়াখানাৰ প্ৰাংগণত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান । অনুষ্ঠানত DFO তেজস্ব মৰিচ স্বামী উপস্থিত থাকি চিৰিয়াখানালৈ আহিব লগা বহু নতুন পক্ষীৰ কথা জানিবলৈ দিয়ে । তাৰ ভিতৰত অন্যতম হ'ল বলু আৰু সোণালী ৰঙৰ মাকাও চৰাই । ইয়াৰ লগতে ত্ৰিশ বছৰৰ পূৰ্বে অনা পক্ষীৰ বংশ বৃদ্ধি হোৱাৰ কথাও অৱগত কৰে DFO গৰাকীয়ে । ইয়াৰোপৰি অসম ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে পক্ষী সুৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক কাম কৰি যাব বুলি জানিবলৈ দিয়ে ।

ৰাজ্যিক চিৰিয়াখানালৈ আহি আছে বলু আৰু সোণালী ৰঙৰ মাকাও চৰাইৰ দৰে বহু লুপ্তপ্ৰায় পক্ষী

কিন্তু গোলকীকৰণৰ যুগত লুপ্তপ্ৰায় কিমান সংখ্যক পক্ষী ৰাজ্যিক চিৰিয়াখানাত বৰ্তমান সুৰক্ষিত অৱস্থাত আছে সেয়া অতি গুৰুত্বপূৰ্ণ ।

Intro:বিশ্ব পক্ষী দিৱস উপলক্ষে অসম ৰাজ্যিক চিৰিয়াখানাত উদযাপন কৰা হল সপ্তদশ বিশ্ব পক্ষী দিৱস। ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ উদ্যোগত পক্ষী দিৱস উদযাপন কৰা হল ঠিকেই কিন্তু কিমান সুৰক্ষিত আৰু কিমান সংখ্যক পক্ষী আছে অসমৰ লগতে ৰাজ্যিক চিৰিয়াখানাত সেয়া হে এক প্ৰশ্ন।

Body:পক্ষী দিৱস উপলক্ষে আয়োজন হল অনুষ্ঠান চিৰিয়াখানাৰ প্ৰাংগণত । কিন্তু বুট মাহ অথবা কল খাবলৈ নাহিল কোনো পক্ষী । পক্ষীৰ পৰিৱৰ্তে বান্দৰৰ জাকে আহি খাই গল বুট তথা কল। DFO তেজস্ব মৰিচ স্বামী য়ে জানিবলৈ দিয়া অনুসৰি চিৰিয়াখানালৈ আহিব বহু নতুন পক্ষী । প্ৰায় ত্ৰিশ বছৰৰ পূৰ্বে অনা পক্ষীৰ বংশ বৃদ্ধি হোৱাৰ কথা কথা কলে DFO গৰাকীয়ে। লগতে বৰ্তমানলৈকে কোনো নতুন পক্ষী অনা হোৱা নাই যদিও বহু পক্ষী অনাৰ বাবে কথা অৱগত কৰে DFO গৰাকীয়ে। তাৰে ভিতৰত অন্যতম ব্লু আৰু সোণালী ৰঙৰ মাকাও চৰাই।
Bite:-DFO
লগতে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে পক্ষী সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ কথা জানিবলৈ দিয়ে।
bite:-সভাপতি

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.