ETV Bharat / state

জৰুৰীকালীন অৱস্থাৰ 44 টা বছৰ আৰু এজন সংগ্ৰামীৰ স্মৃতি ৰোমন্থন ! - কাৰাবাসৰ নিৰ্যাতন

২৭ নৱেম্বৰ ১৯৮৮ চনত বিপিন চন্দ্ৰ কলিতাক মেন্টেনেন্স অফ ইন্টাৰনেল চিকিউৰিটি এক্টৰ (মীছা) অধীনত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । প্ৰায় ১৮ মাহ জেলত থকি বিপিন চন্দ্ৰ কলিতাই ১৯৭৭ চনৰ ২১ মাৰ্চত জেলৰ পৰা জামিনত ওলাই আহে ।  ৪৪টা বছৰৰ পাচতো অতীতৰ শিহৰণকাৰী নিৰ্যাতন কথা পাহৰিব পৰা নাই বিপিন চন্দ্ৰ কলিতাই ।

কাৰাবাসৰ নিৰ্যাতনৰ কথা এতিয়াও পাহৰিব পৰা নাই বিপিন চন্দ্ৰ কলিতাই
author img

By

Published : Jun 25, 2019, 3:25 PM IST

Updated : Jun 25, 2019, 7:19 PM IST

গুৱাহাটী, ২৫ জুন : দেশৰ জৰুৰীকালীন অৱস্থাৰ 44 বছৰ ৷ ১৯৭৫ চনৰ ২৫ জুনত দেশৰ ৰাষ্ট্ৰপাতি ফকৰুদ্দিন আলি আহমেদৰ নিৰ্দেশত ঘোষিত এই জৰুৰীকালীন অৱস্থাৰ স্মৃতি এতিয়াও পাহৰিব পৰা নাই একাংশই ৷ তেনে এগৰাকী ব্যক্তি বৈছে বিপিন চন্দ্ৰ কলিতা ৷ দেশত ঘোষিত জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছ বিৰোধী সকলক গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৷ তাৰেই ভুক্তভূগী আছিল বিপিন চন্দ্ৰ কলিতা ৷ সেই সময়ৰ নলবাৰী কলেজৰ পৰা স্নাতক 25 বছৰীয়া কলিতাই অসমত লোক সংঘৰ্ষ সমিতিৰ হৈ কাম কৰি আছিল ৷ লোক সংঘৰ্ষ সমিতি, ভাৰতীয় জন সংঘকে ধৰি কংগ্ৰেছ বিৰোধী বহু নেতা কৰ্মীক কংগ্ৰেছ চৰকাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

জৰুৰীকালীন অৱস্থাৰ 44 টা বছৰ আৰু এজন সংগ্ৰামীৰ স্মৃতি ৰোমন্থন !

১৯৯৫ চনৰ ২৩ নম্বৰত গুৱাহাটী আৰক্ষীয়ে বিপিন চন্দ্ৰ কলিতা ওৰফে বিপিন বিহাৰীক গ্ৰেপ্তাৰ কৰি লতাশিল থানালৈ লৈ যায় । আৰু সেই সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱব্ৰত চৌধুৰীয়ে লতাশিল থানাত জেৰাৰ নামত চাৰি দিন বিপিন চন্দ্ৰ কলিতা , হাৰেকৃষ্ণ তাপদাৰ, হাৰিচৰণ কলিতা, চন্দ্ৰ কান্ত মহন্তকে ধৰি বহু কেইজন লোকক গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰিছিল । যাৰ ফলত হাৰিচৰণ কলিতা নামৰ শিক্ষক জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । কিন্তু ইমানতে ক্ষান্ত নাথাকি আৰক্ষী অধীক্ষক গৰাকীয়ে বিপিন চন্দ্ৰ কলিতাৰ লগত গ্ৰেপ্তাৰ হোৱা সকলোকে আঙুলিত বেজিৰে বিন্ধি অকথ্য নিৰ্যাতন চলাইছিল ।

২৭ নৱেম্বৰ ১৯৮৮ চনত বিপিন চন্দ্ৰ কলিতাক মেন্টেনেন্স অফ ইন্টাৰনেল চিকিউৰিটি এক্টৰ (মীছা) অধীনত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । প্ৰায় ১৮ মাহ জেলত থকি বিপিন চন্দ্ৰ কলিতাই ১৯৭৭ চনৰ ২১ মাৰ্চত জেলৰ পৰা জামিনত ওলাই আহে । ৪৪টা বছৰৰ পাচতো অতীতৰ শিহৰণকাৰী নিৰ্যাতন কথা পাহৰিব পৰা নাই বিপিন চন্দ্ৰ কলিতাই ।

উল্লেখ্য যে আপাতকালীন সেৱা সময়ত অসমৰ ৩২১, ত্ৰিপুৰাৰ ১৮, মিজোৰামৰ ২ , নাগালেণ্ডৰ ৩, মেঘালয়ৰ ১০, মণিপুৰৰ ১১ লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল ।

৪৪ বছৰ পূৰ্বে জৰুৰী কালীন সেৱাৰ সময়ত গ্ৰেপ্তাৰ হৈ জেলত যোৱা পূৰ্বে লতাশিল থানাত আৰক্ষীৰ যন্ত্ৰণা আজিও পাহৰিব পৰা নাই বিপিন চন্দ্ৰ কলিতাই।

সেই সময়ত নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি বিপিন চন্দ্ৰ কলিতা ওৰফে বিপিন বিশাৰীয়ে ২৫ বছৰ বয়সত অসমত লোক সংঘৰ্ষ সমিতিৰ হৈ কাম কৰি আছিল১৯৭৫ চনৰ ২৫ জুনত দেশৰ ৰাষ্ট্ৰপাতি ফকৰুদ্দিন আলি আহমেদৰ নিৰ্দেশত ভাৰতত জৰুৰী কালীন সেৱা ঘোষণা কৰা লগে লগে লোক সংঘৰ্ষ সমিতি, ভাৰতীয় জন সংঘকে ধৰি বহু নেতা কৰ্মী আৰু কংগ্ৰেছ বিৰোধী সকলক গ্ৰেপ্তাৰ কৰি জেলত ভাৰাইছিল। জৰুৰী কালীন সেৱাৰ সময়ত গ্ৰেপ্তাৰ হৈছিল লোক সংঘৰ্ষ সমিতি কৰ্মী বিপিন চন্দ্ৰ কলিতা। ২৩ নম্বৰ ১৯৯৫ গুৱাহাটী আৰক্ষীয়ে বিপিন চন্দ্ৰ কলিতা ওৰফে বিপিন বিহাৰীক গ্ৰেপ্তাৰ কৰি লতাশিল থানালৈ লৈ যায়।
সেই সময়ত অতৰিক্ত আৰক্ষী অধীক্ষক দেৱব্ৰত 
চৌধুৰী লতাশিল থানাত জেৰাৰ নামত চাৰি দিন বিপিন চন্দ্ৰ কলিতা , হাৰেকৃষ্ণ তাপদাৰ, হাৰিচৰণ কলিতা চন্দ্ৰ কান্ত মহন্তকে ধৰি বহু লোকক গুৰুলা গুৰুল কৈ পিটে
। যাৰ বাবে হাৰিচৰণ কলিতাৰ নামৰ শিক্ষক জনৰ হাত ভাঙি যায়। অতৰিক্ত আৰক্ষী অধীক্ষক দেৱব্ৰত 
চৌধুৰী শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাতে ক্ষান্ত  নাথাকি বিপিন চন্দ্ৰ কলিতা লগত গ্ৰেপ্তাৰ  সকলোকে আঙুলিত বেজিৰে বিন্ধিই অকথ্য নিৰ্যাতন চলাই। ২৭ নৱেম্বৰ ১৯৮৮ বিপিন চন্দ্ৰ কলিতা মেন্টেনেন্স অফ ইন্টাৰনেল চিকুৰিটি এক্ট (মীছা) অধিনত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। প্রায় ১৮ মাহ জেলত থকি বিপিন চন্দ্ৰ কলিতা ২১ মাৰ্চ ১৯৭৭ জেলৰ পৰা জামিনত ওলাই আহে। ৪৪ বছৰ পাছতো বিপিন চন্দ্ৰ কলিতায়ে লতশিল থানাত আৰক্ষীৰ যন্ত্ৰণা আজিও পাহৰিব পৰা নাই । আপাতকালীন সেৱা সময়ত অসমৰ ৩২১, ত্ৰিপুৰাৰ ১৮, মিজোৰামৰ ২, নাগালেণ্ডৰ ৩, মেঘালয়ৰ ১০, মণিপুৰৰ ১১ লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। 

Visual At Live U

D. Live in Assamese in Hindi

Asrar Ansari
  গুৱাহাটী

Last Updated : Jun 25, 2019, 7:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.