গুৱাহাটী, 5 নৱেম্বৰঃ আজি সুধাকণ্ঠৰ অষ্টম সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাই অগণন সংগীতপ্ৰেমীক শোকসাগৰত ডুবাই থৈ এই পৃথিবীৰ মায়া এৰি যোৱা আজি 8 টা বছৰ সম্পূৰ্ণ হ'ল ৷ এই অষ্টম মৃত্যু বাৰ্ষিকীত বিশ্ব বৰণ্য শিল্পীগৰাকীক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে ৷ মহানগৰীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে দীঘলীপুখুৰীৰ পাৰত আছুৱে আয়োজন কৰিছে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলী নিবেদন অনুষ্ঠান ৷ চাওক এক বিশেষ প্ৰতিবেদনঃ
লগতে পঢ়কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাস উৎসৱৰ প্ৰস্তুতি