ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত জননেতা ভীমবৰ দেউৰীক স্মৰণ - Bhimbar Deuri death anniversary celebration

সমগ্ৰ অসমৰ লগতে মহানগৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ত হেৰিটেজ ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় জননেতা ভীমবৰ দেউৰীৰ মৃত্যু দিৱস ৷ জননেতাগৰাকীৰ নামেৰে এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰক আহ্বান জনাই ভীমবৰ দেউৰীৰ পৰিয়াবৰ্গই ৷

Bhimbar Deuri death anniversary celebrated at Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয়ত জননেতা ভীমবৰ দেউৰীক স্মৰণ
author img

By

Published : Dec 1, 2019, 11:24 AM IST

গুৱাহাটী 1 ডিচেম্বৰঃ জননেতা ভীমবৰ দেউৰীৰ মৃত্যু দিৱস সমগ্ৰ অসমৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো হেৰিটেজ ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৷ জননেতাগৰাকীৰ জীৱন প্ৰণালী আৰু সমাজৰ প্ৰতি কৰি যোৱা সেৱা নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানতে জননেতা ভীমবৰ দেউৰীৰ জীৱনৰ ওপৰত বক্তৃতা প্ৰদান কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷

জননেতা ভীমবৰ দেউৰীক স্মৰণ

উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, অধ্যাপক ননীগোপাল মহন্ত, অনিল ভৰালী দেউৰীকে প্ৰমুখ্য কৰি কেইগৰাকীও বিশিষ্ট ব্যক্তি ৷ জননেতাগৰাকীৰ নামেৰে এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰক আহ্বান জনাই ভীমবৰ দেউৰীৰ পৰিয়াবৰ্গই ৷

আৰু পঢ়ক- ৰাইজক মাধমাৰ শোধাই পিঁয়াজৰ মূল্য প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি

Intro:জননেতা ভীমবৰ দেউৰীৰ আজি মৃত্যু দিৱস। সমগ্ৰ অসমৰ লগতে মহানগৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ত হেৰিটেজ ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত হয় স্মৃতি দিৱস। জননেতাগৰাকীৰ জীৱন প্ৰণালী আৰু সমাজৰ প্ৰতি কৰি যোৱা সেৱা নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ। এই অনুষ্ঠানতে জননেতা ভীমবৰ দেউৰীৰ জীৱনৰ ওপৰত বক্তৃতা প্ৰদান কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। ইফালে এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, অধ্যাপক ননীগোপাল মহন্ত, অনিল ভৰালী দেউৰীকে প্ৰমুখ্য কৰি কেইগৰাকীও বিশিষ্ট ব্যক্তি। জননেতাগৰাকীৰ নামেৰে এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰক আহ্বান জনাই ভীমবৰ দেউৰীৰ পৰিয়ালে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.