ETV Bharat / state

মহিলাৰ বাবে আয়ুৰসুন্দ্ৰা হাস্পতালত বিশেষ পদক্ষেপ

author img

By

Published : Jan 11, 2020, 5:35 AM IST

মহানগৰীৰ গড়চুকস্থিত আয়ুৰসুন্দ্ৰা হাস্পতালত A WELL WOMEN HELATH CHECKUP নামৰ এটা PACKAGE আৰম্ভ ৷

মহিলাৰ বাবে আয়ুৰসুন্দ্ৰা হাস্পতালত বিশেষ পদক্ষেপ
মহিলাৰ বাবে আয়ুৰসুন্দ্ৰা হাস্পতালত বিশেষ পদক্ষেপ

গুৱাহাটী, 11 জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰ্কট ৰোগে লৈছে ভয়াৱহ ৰূপ। প্ৰাথমিক পৰীক্ষা নকৰাৰ ফলতেই এই ৰোগে ভয়াৱহ ৰূপ লয় ৷ এই ৰোগ সমূহ ৰোধ কৰাৰ বাবে মহানগৰীৰ গড়চুকস্থিত আয়ুৰসুন্দ্ৰা হাস্পতালে লৈছে এক বিশেষ পদক্ষেপ ৷ মহিলাসকলৰ বাবে হাস্পতালখনে আৰম্ভ কৰিছে 'A WELL WOMEN HEALTH CHECKUP নামৰ এটা PACKAGE আগবঢ়াইছে । যাৰ জৰিয়তে মহিলাসকলৰ শৰীৰৰ প্ৰয়োজনীয় সকলো পৰীক্ষা কৰিব পাৰিব । 60 শতাংশ ৰেহাই মূল্যত সকলো শ্ৰেণীৰ মহিলাই যাতে এই পৰীক্ষা কৰাব পাৰে তাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে ৷

আয়ুৰসুন্দ্ৰা হাস্পতালত A WELL WOMEN HELATH CHECKUP PACKAGE

এই অভিযানে মহিলাসকলৰ স্তন কৰ্কট ৰোগৰ সম্ভাৱনা ধৰা পেলাবলৈ ৰক্তচাপ পৰীক্ষা, কলেষ্টেৰল নিৰীক্ষণ, ডায়েবেটিজ আদিও সাঙুৰি ল'ব। ইটিভি ভাৰতৰ জৰিয়তে মহিলাসকলক শীঘ্ৰে হস্পিতালখনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনালে আয়ুৰসুন্দ্ৰা হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আয়না বৰঠাকুৰে

বিশেষকৈ মহিলাসকলক এনেধৰণৰ জটিল ৰোগৰ পৰা হাত সাৰি ৰাখিবলৈ এই অভিযান আৰম্ভ কৰিছে হাস্পতাল কৰ্তৃপক্ষই।

Intro:দেশৰ লগতে অসমতো কৰ্কট ৰোগে লৈছে ভয়াৱহ ৰূপ। প্ৰাথমিক পৰীক্ষা নকৰাৰ ফলতে এই ৰোগ হোৱা দেখা যায়। এই ৰোগসমূহ ৰোধ কৰাৰ বাবে মহানগৰীৰ গড়চুকস্থিত আয়ুৰচন্দ্ৰা হস্পিতালে লৈছে এক বিশেষ পদক্ষেপ। মহিলাসকলৰ বাবে হস্পিতালখনে 'A WELL WOMEN PACKAGE' নামৰ এক অভিযান আৰম্ভ কৰিছে। যাৰ জৰিয়তে মহিলাসকলৰ শৰীৰৰ প্ৰয়োজনীয় সকলো পৰীক্ষা কৰা হ'ব। সকলো শ্ৰেণীৰ মহিলাক সামৰি লোৱা হ'ব এই অভিযানৰ জৰিয়তে।

Body:এই অভিযানে মহিলাসকলৰ স্তন কৰ্কট ৰোগৰ সম্ভাৱনা ধৰা পেলাবলৈ ৰক্তচাপ পৰীক্ষা, কলেষ্টেৰল নিৰীক্ষণ, ডায়েবেটিজ আদিও সাঙুৰি ল'ব। ইটিভি ভাৰতৰ জৰিয়তে মহিলাসকলক শীঘ্ৰে হস্পিতালখনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনালে আয়ুৰচন্দ্ৰা হস্পিতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আয়না বৰঠাকুৰে। বিশেষকৈ মহিলাসকলক এনেধৰণৰ জটিল ৰোগৰ পৰা হাত সাৰি ৰাখিবলৈ এই অভিযান আৰম্ভ কৰিছে হস্পিতাল কৰ্তৃপক্ষই।
Byte- ডাঃ আয়না বৰঠাকুৰ

Conclusion:Guwahati/Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.