ETV Bharat / state

শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে

author img

By

Published : Dec 17, 2019, 10:46 AM IST

জনসংযোগ বিভাগে এক প্ৰেছ বিবৃতি যোগে এই জাননী প্ৰচাৰ কৰে ৷

Assam
জনসংযোগ বিভাগ
  • শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে
  • জনসংযোগ বিভাগে প্ৰচাৰ কৰিলে জাননী
  • শিক্ষক সহ বিভিন্ন বিভাগৰ খালী পদত নিযুক্তি দিব চৰকাৰে
  • 6 মাহৰ ভিতৰত এই পদ সমূহত নিযুক্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ
  • মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে এই নিৰ্দেশ জাৰি কৰে
  • বৈঠকত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা সান্তনু ভৰালী আৰু আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া সমূহ উপস্থিত থাকে

Intro:Body:

ASSAM GOVT TO FILL UP 55000 VACANCY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.