ETV Bharat / state

মুকলিৰ পথত শৰাইঘাটৰ পুৰণি দলং

পূৰ্বৰ নিৰ্ধাৰিত সময়তেই মুকলি কৰিব গুৱাহাটীৰ শৰাইঘাটৰ পুৰণি দলং । এই কথা সদৰি কৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই । লগতে পৰ্যায় ক্ৰমে দলংখনত চিচি কেমেৰা লগাব বুলিও প্ৰকাশ কৰে শৰ্মাই ।

মুকলি হোৱাৰ পথত শৰাইঘাটৰ পুৰণি দলং
author img

By

Published : Jun 15, 2019, 9:01 PM IST

গুৱাহাটী, ১৫ জুনঃ

  • মুকলিৰ হোৱাৰ পথত শৰাইঘাটৰ পুৰণি দলং
    মুকলি হোৱাৰ পথত শৰাইঘাটৰ পুৰণি দলং
  • ইতিমধ্যেই মেৰামতিৰ প্ৰায় কাম শেষ হৈছে দলংখনৰ
  • নিৰ্ধাৰিত সময় অনুসৰি ২০ জুনতে মুকলি হ'ব দলংখন
  • পৰ্যায় ক্ৰমে দলঙত চিচি টিভি কেমেৰা লগোৱা হ'ব বুলি মন্তব্য, উত্তৰ পূৱ সীমান্ত ৰে"লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই

লগতে আন এটা বাতৰি- ভাৰতীয় সেনাই উদ্ধাৰ কৰিলে লাডাখত আৱদ্ধ পৰ্যটকক

Intro:মুকলিৰ পথত শৰাইঘাটৰ পুৰণি দলং।

ইতিমধ্যেই মেৰামতিৰ প্ৰায় কাম শেষ হৈছে দলংখনৰ।

নিৰ্ধাৰিত সময় অনুসৰি ২০জুনতে মুকলি হ'ব দলংখন।

পৰ্যায় ক্ৰমে দলঙত চিচি টিভি কেমেৰা লগোৱা হ'ব বুলি জানিবলৈ দিয়ে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই।

Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.