ETV Bharat / state

বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি - ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আৱদ্ধ লোকৰ বাবে অসম পুলিচৰ হেল্পলাইন নম্বৰ মুকলি

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলে ফোন যোগে বা ই-মেইল যোগে যোগাযোগ কৰিব পাৰিব নডেল বিষয়াক ৷ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে দুটাকৈ হেল্পলাইন নম্বৰ ৷

ASSAM POLICE HELPLINE
অসম পুলিচৰ হেল্পলাইন নম্বৰ মুকলি
author img

By

Published : May 2, 2020, 3:27 PM IST

Updated : May 2, 2020, 5:09 PM IST

নিউজ ডেস্ক,2 মে'ঃ অসমৰ যি সকল লোক বিভিন্ন কাৰণত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে, অধ্যয়ন অথবা আন কাৰণত গৈ লক্ ডাউনৰ ফলত আৱদ্ধ হৈ আছে আৰু বৰ্তমান নিজ বাসগৃহলৈ যাব বিচাৰিছে , সেইসকল ব্যক্তিয়ে তলত উল্লেখিত নডেল বিষয়াৰ ফোন নম্বৰত অথবা ই-মেইল যোগে তেওঁলোকৰ সম্পূৰ্ণ তথ্যসহ যোগাযোগ কৰিব পাৰিব ৷

নডেল বিষয়াঃ

1. জি.পি সিং

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন -শৃংখলা )

ফোন নংঃ 8527612266

2. হৰমিত সিং

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান(নিৰাপত্তা)

ফোন নংঃ 9622979797

ই-মেইলঃ assamtransportrelief@gmail.com

Last Updated : May 2, 2020, 5:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.