গুৱাহাটী,17 জুনঃ অসম দক্ষতা বিকাশ আঁচনি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ জনতা ভৱনত আয়োজিত সংবাদমেল কি ক'লে মন্ত্ৰীগৰাকীয়ে চাওক এই প্ৰতিবেদন........
শীঘ্ৰেই অসমত স্থাপন হ'ব স্কীল চিটীঃ চন্দ্ৰমোহন পাটোৱাৰী - Chandra Mohan Patowary
জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
চন্দ্ৰমোহন পাটোৱাৰী
গুৱাহাটী,17 জুনঃ অসম দক্ষতা বিকাশ আঁচনি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ জনতা ভৱনত আয়োজিত সংবাদমেল কি ক'লে মন্ত্ৰীগৰাকীয়ে চাওক এই প্ৰতিবেদন........
a_ghy_17jun_803_chandra_pc_vis_byt_7204039
মহানগৰীৰ জনতা ভৱনত মন্ত্ৰী চন্দ্রমোহন পাতোৱাৰিৰ সংবাদমে । অসম দক্ষতা বিকাশ বিভাগত ১০০০ কোটি টকা কেলেংকাৰী হোৱা বুলি উঠা অভিযোগ ভিত্তিহীন । বিগত বছৰত এই বিভাগত ১১৩ কোটি টকাৰ কাম হে অনুমোদন কৰা হৈছে । এই টকাৰ ৫৯৭ টা দক্ষতা বিকাশ কেন্দ্ৰত ৪৯,৭৮৭ জন শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে ।
অসমত শীঘ্ৰে স্থাপন হব স্কিল চিটি । ইতিমধ্যে স্কিল চিটিৰ বাবে ভূমি অধিগ্ৰহণ কৰা হৈছে মঙলদৈত । অসমৰ দক্ষতা বিকাশ অভিযান অধীনত অসমৰ নিবনুৱা যুৱক যুৱতী জাপানত চাকৰি দিবৰ বাবেও লোৱা হৈছে বিভিন্ন পদক্ষেপ । বৰ্তমানলৈ অসমৰ দক্ষতা বিকাশ অভিযানৰ জৰিয়তে অসমৰ ৪০,৮৪০ জন শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হোমাপ্ত হৈছে ।