ETV Bharat / state

25 জুনত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

author img

By

Published : Jun 4, 2020, 9:02 PM IST

Updated : Jun 5, 2020, 5:07 PM IST

25 জুনত পুৱা 9 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফল পাবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে ।

Assam HS Result 2020 will be declared in 25th june
25 জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিকৰ ফলাফল

গুৱাহাটী, ৪ জুন : 25 জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিকৰ ফলাফল । পুৱা 9 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফল পাবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে । আনহাতে ফলাফল ঘোষণাৰ পিছতে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নিজ নিজ বিদ্যালয়ত পাবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে ।

25 জুনত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
উল্লেখ্য যে, 18 টা ৱেবছাইটৰ লগতে উপলব্ধ নামৰ এক এপৰ জৰিয়তেও ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ ফলাফল পাবলৈ সক্ষম হ'ব । এইবাৰ সৰ্বমুঠ অৱৰ্তীণ শিক্ষাৰ্থী আছিল 236809 গৰাকী শিক্ষাৰ্থী । আনহাতে এইবাৰ কলা শাখাত ছাত্ৰ 80981 গৰাকী আৰু 94194 গৰাকী ছাত্ৰী সৰ্বমুঠ 175175 , বিজ্ঞান শাখাত ছাত্ৰ 27175 আৰু ছাত্ৰী 13413 সৰ্বমুঠ 40588 আৰু বাণিজ্য শাখাত ছাত্ৰ 13574 আৰু ছাত্ৰী 4604 সৰ্বমুঠ 18178 লগতে বৃত্তিমূলক শাখাত ছাত্ৰ 610 আৰু ছাত্ৰী 258 সৰ্বমুঠ 868 গৰাকী ।

ফলাফল প্ৰকাশ কৰা ৱেৱচাইট কেইটা হ'ল

Www. Hsinfo.in www. Ahsec.nic.in
Www.indiaresult.com
Www knowyourresult.com
Www.examreslults.net
Www. Results.shiksha
Www. Exametc.com.
Www. Schools9.com
Www. Jagranjosh.com
Www. Resultsamarujala.com
Www. Assamresult.in
Www.iresults.net
www.eduassam.com
Www. Assam. shiksha
Www. Assamjobalerts.com
Www.timesofindia.com.
www.assamonline.in
Www.school.gradeup.co

লগতে পঢ়কঃ ২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ৩,৮০৪ গৰাকী কোভিড ৰোগীয়ে

Last Updated : Jun 5, 2020, 5:07 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.