ETV Bharat / state

এজাক বৰষুণ আৰু মহানগৰীত পুনৰ কৃত্ৰিম বানপানী

author img

By

Published : Apr 7, 2019, 10:22 AM IST

দেওবাৰে পুৱা অহা এজাক বৰষুণৰ ফলত বুৰ গ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ।

FLOOD

গুৱাহাটী, 7 এপ্ৰিলঃ কৃত্ৰিম বানপানীৰ ফলত বুৰ গ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । দেওবাৰে পুৱা অহা এজাক বৰষুণৰ ফলত বুৰ গ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । দৰাচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নলা নৰ্দমা সমূহ চাফা নকৰাৰ বাবেই বাৰে বাৰে এই সমস্যাৰ সন্মুখীন হয় মহানগৰবাসী । মহানগৰীৰ খানাপাৰা আৰু নমাইল অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানীৰ ফলত পথেদি চলাচল কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হয় মহানগৰবাসী ৷

A_GHY_801_07_FLOOD_IN_NH_37_VISUAL_ASRAR

কৃত্ৰিম বানপানীৰ ফলত বুৰ গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰবিবাৰে পুৱা অহা এজাক বৰষুণৰ ফলত কৃত্ৰিম বানপানীত বুৰ গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নলা-নৰ্দামা সমুহ বৰষুণৰ পূৰ্বে চাফা নকৰাৰ বাবেই কৃত্ৰিম বানপানীৰ সমস্যা দেখা গল । খানাপাৰা আৰু নমাইল অঞ্চলত ভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৃত্ৰিম বানপানীৰ হোৱা বাবে এই পথেদি চলাচল কৰা যান বাহন সমুহৰ চালকৰ লগতে যাত্ৰী সকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ।

Visual at Ftp
Asrar Ansari 
 Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.