ETV Bharat / state

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি: মৃতকৰ সংখ্যা 108 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jul 28, 2020, 7:39 PM IST

অসমৰ শেহতীয়া বানত আক্ৰান্ত 19,81,801 গৰাকী ৷ মৃতকৰ সংখ্যা 108 গৰাকীলৈ বৃদ্ধি ৷

মৃতকৰ সংখ্যা 108 গৰাকীলৈ বৃদ্ধি
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

নিউজ ডেস্ক, 28 জুলাই : সংহাৰী বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে,বৰ্তমান বানাক্ৰান্তৰ সংখ্যা হৈছে 19,81,801 গৰাকী ৷ মুঠ 21 খন জিলা বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে ৷ আক্ৰান্ত জিলাসমূহ হৈছে ধেমাজি, বিশ্বনাথ, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ',মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট,মাজুলী, শিৱসাগৰ আৰু ডিব্ৰুগড় ৷

মৃতকৰ সংখ্যা 108 গৰাকীলৈ বৃদ্ধি
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

বৰ্তমান বানৰ কৱলত 60 টা ৰাজহ চক্ৰৰ প্ৰায় 1,771 খন গাঁও ৷ প্ৰায় 1,03,609.71 হেক্টৰ কৃষিভূমি বানৰ কবলত ৷ বৰ্তমান ৰাজ্যৰ 236 টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 42,275 গৰাকী লোকে ৷

লগতে পঢ়ক : কৰ্ম সংস্থাপনৰ অভাৱত বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.