গুৱাহাটী, ১৯ছেপ্টেম্বৰ: বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ (Autumn session of Assembly)সোমবাৰে সামৰণি পৰে । যোৱা ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হৈছিল বিধানসভাৰ শৰৎকালীন অধিৱেশন । সোমবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সামৰণি দিনা ১৩ খনকৈ বিধেয়ক গৃহীত (Assam Assembly passed 13 bills)হয় ।
এই অধিৱেশনত গৃহীত হোৱা বিধেয়ককেইখন হৈছে “দ্য় আসাম পুলিচ (এমেণ্ডমেন্ট) বিল, ২০২২”(The Assam Police (Amendment) Bill, 2022),“দ্য় আসাম টেক্সেশ্যন (অন স্পেচিফাইড্ লেণ্ডচ্) (এমেণ্ডমেন্ট) বিল,(The Assam Taxation (On Scheduled Lands) (Amendment) Bill ) ২০২২ , “দ্য় আসাম গুডছ্ এণ্ড চার্ভিচেচ্ টেক্স (এমেণ্ডমেন্ট) বিল, ২০২২” , “দ্য় আসাম এপ্রোপ্ৰিয়েশ্যন এক্ট (ৰিপিল) বিল, ২০২২” , “দ্য় আসাম কনটিনজেন্সী ফাণ্ড এক্টচ্ (ৰিপিল) বিল ২০২২ , “দ্য় চছাইটী ৰেজিট্ৰেশ্যন্ (আসাম এমেণ্ডমেন্ট) বিল, ২০২২” , “ দ্য় আসাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হোল্ডিংচ্ (এমেণ্ডমেন্ট) বিল, ২০২২” , “দ্য় ৰেজিষ্ট্ৰেশ্যন (আসাম এমেণ্ডমেন্ট) বিল, ২০২২” , “দ্য় আসাম ৰিপিলিং বিল, ২০২২” , “দ্য় আসাম নন্-গভর্নমেণ্ট এড্যুকেশ্যনেল ইনষ্টিট্যুশ্যনচ্ (ৰেগুলেচন অৱ ফিজ্) (এমেণ্ডমেন্ট) বিল, ২০২২” , “দ্য় গিৰিজানন্দ চৌধুৰী ইউনিভার্সিটি আসাম বিল, ২০২২” , “দ্য় আউনীআটী ইউনিভার্সিটি বিল, ২০২২” আৰু “ প্ৰাগজ্যোতিষপুৰ ইউনিভার্চিটি বিল, ২০২২” ।