ETV Bharat / state

অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

অসমক পুনৰ 6 মাহৰ বাবে 'অশান্ত অঞ্চল' ঘোষণা ৷ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA)১৯৫৮ ৰ অধীনত ঘোষণা কৰা হৈছে 'অশান্ত অঞ্চল' ৷

Assam again declared 'disturbed region' for 6 months
অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা
author img

By

Published : Feb 24, 2021, 7:21 PM IST

Updated : Feb 25, 2021, 12:06 PM IST

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰী : ৰাজ্যত নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ চলি থকা সময়তে অসমক পুনৰ 6 মাহৰ বাবে ঘোষণা 'অশান্ত অঞ্চল' ৷ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA)১৯৫৮ ৰ অধীনত ঘোষণা কৰা হৈছে 'অশান্ত অঞ্চল' ৷

বুধবাৰে এক অধিসূচনা জাৰি এই কথা ঘোষণা কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৷ উল্লেখ্যে যে, 27 ফেব্ৰুৱাৰীৰ পৰা ৬ মাহৰ বাবে অসমত কাৰ্যকৰী হ'ব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ ।

লগতে পঢ়ক:আৰক্ষীক চৰিওৱা বিজেপি নেত্ৰীলৈ চৰকাৰৰ ৰঙা দলিচা

Last Updated : Feb 25, 2021, 12:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.