ETV Bharat / state

কি হ'ব অসমীয়াৰ সংজ্ঞা ! - অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান

কি হ'ব অসমীয়াৰ সংজ্ঞা ? ইয়াক লৈ যথেষ্ট চৰ্চা অব্যাহত থকাৰ সময়তে অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ।

asomiya defination by matiur rahman
মতিউৰ ৰহমানৰ তাৎপৰ্যপূৰ্ণ মন্তব্য
author img

By

Published : Feb 13, 2020, 7:35 PM IST

গুৱাহাটী,13 ফেব্ৰুৱাৰীঃ অসমীয়াৰ সংজ্ঞাক লৈ যথেষ্ট চৰ্চা অব্যাহত থকাৰ সময়তে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে । তেওঁ কয়, 'মাৰ্টিনেছ ক'বয়ে ৰাষ্ট্ৰসংঘত খিলঞ্জীয়াৰ সংজ্ঞা দাখিল কৰিছিল আৰু পৰৱৰ্তী সময়ত ই ৰাষ্ট্ৰসংঘৰ মান্যতা লাভ কৰিছিল । ইয়াক ভিত্তি কৰিয়ে আমি অসমীয়াৰ সংজ্ঞা প্ৰস্তুত কৰি উলিয়াইছো । ২০০৭ চনৰ শিৱসাগৰত অনুস্থিত হোৱা খিলঞ্জীয়াৰ মহাসভাত গৃহীত হোৱা সজ্ঞাটো আছিল "অসম ভূ খণ্ডত হাজাৰ হাজাৰ বছৰ ধৰি ৰাজত্ব কৰা তথা শত্ৰুৰ বিৰুদ্ধে বুকুৰ তেজ দি এই ভূখণ্ড ৰক্ষা কৰা কছাৰী, বড়ো, ৰাভা, কাৰ্বি, টিৱা, ডিমাছা,মিচিং, চুতীয়া, দেউৰী, কোচ ৰাজবংশী, মৰাণ, মটক, সোণোৱাল, ঠেঙাল, মেছ, মদাহী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী, টাই আহোম, চিংফৌ, টাই ফাকে, টাই খামতে, টাই খেমিয়াম, টাই আইতং, অসমীয়া ভাষী, কৈৱৰ্ত , নাথ, কেওঁট , সুত, কমাৰ, কুমাৰ, হীৰা, শালয়, কলিতা, কায়স্থ, ব্ৰাহ্মণ, দেশী গৰিয়া ,মৰিয়া সকলো খিলঞ্জীয়া ভূমিপুত্ৰ।"

লগতে পঢ়কঃব্যাপক প্ৰস্তুতি চলিছে ফিল্মফেয়াৰ এৱাৰ্ডৰ, কি ক'লে জয়ন্ত মল্ল বৰুৱাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.